পৃষ্ঠা:একুৰি এটা গল্প.pdf/৫৮: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:

{{gap}} লীলা ওলাই আহিল। তায়ো বাপেকক সহায় কৰিব খোজে। ধন ঘটিব

নোৱাৰিলেও থকাখিনিকে টুক-টাক কৰি তাই বাপেকৰ ভাৰ কিছু পাতলাব খোজে।

আজিকালি চাকৰিৰ আকাল দেখিহে তাইৰ পঢ়া-শুনা কৰি ডিগ্ৰী আৰ্জনৰ প্ৰতি

অনীহা। পঢ়ি উঠিয়ে চাকৰি পোৱাৰ নিশ্চয়তা থকাহেঁতেন হয়তো তাই খুব

ভালদৰেই পঢ়িলেহেঁতেন।

ভালদৰেই পঢ়িলেহেঁতেন।

{{gap}}ন বজাৰ লগে লগে ভাতৰ পাতত বহা সিহঁতৰ অভ্যাস। মালায়ো

সাময়িকভাৱে পঢ়া সামৰি ভাত খাবলৈ বুলি মাকৰ আহ্বানক্ৰমে উঠি আহিল।

১৩ নং শাৰী: ১৩ নং শাৰী:
নায়েই। কি হ’ব? তাই মুখ ওফোন্দালে— কতদিন ক'লো, এযোৰ কম দামী

হলেও নতুন ছেণ্ডেল দিবলৈ। তোমালোকৰ কাণসাৰেই নাই। মই কি পিন্ধিম?

মালাই কোৱাৰ লগে লগে মাকেও শলাগিলে।

মালাই কোৱাৰ লগে লগে মাকেও শলাগিলে।

{{gap}} — এৰাতো, ময়ো কথাটো পাহৰিছিলোৱেই। তাইৰ ছেণ্ডেলযোৰ ছিগি

যোৱা কেইবাদিনো হ’ল। দুদিনমানো মই আপোনাক কথাটো কাণ চোৱাইছিলো।

২০ নং শাৰী: ২১ নং শাৰী:
কৰি ভাত খাই থকা লীলাই গহীন সুৰত ক'লে— এইবাৰলৈ চলিব। কোনোমতে

ঠিক কৰি দিছো। পঁচিশ টকা লাগিব।

ঠিক কৰি দিছো। পঁচিশ টকা লাগিব।

{{gap}} — মানে? দুই-তিনিখন মুখৰ পৰা সৰি পৰিল।

{{gap}} মানে আৰু কি? বেজী বিচাৰি খচ্মচাই ফুৰা বুলি বিদ্যাসাগৰে কম কথা
{{gap}} মানে আৰু কি? বেজী বিচাৰি খচ্‌মচাই ফুৰা বুলি বিদ্যাসাগৰে কম কথা
শুনাইছিলনে? তোৰ ছেণ্ডেলযোৰ মেৰামতি কৰিবলৈ গৈ তোৰ পৰাই কত কথা

শুনিলো। দুদিনমান পিন্ধিব পৰা হৈছেগৈ। দেউতা, পাৰিলে দৰমহা পালে তাইকে

ছেণ্ডেল এযোৰ দিবা। মই তাইৰ পুৰণিযোৰেৰে চলিম...।

{{gap}} মহীধৰৰ জীয়েকৰ প্ৰতি মৰম উথলি উঠি ভাতৰ গৰাহটা বহু সময়
ডিঙিতে বাজি থকা যেন লাগিল।

{{gap}} মহীধৰৰ জীয়েকৰ প্ৰতি মৰম উথলি উঠি ভাতৰ গৰাহটা বহু সময় ডিঙিতে বাজি থকা যেন লাগিল।
{{nop}}