পৃষ্ঠা:একুৰি এটা গল্প.pdf/৫৪: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:

{{gap}} পদ্মাৰো দেহাটোলৈ যেন নতুন বল আহিল। আলহী-অতিথিৰ
{{gap}} পদ্মাৰো দেহাটোলৈ যেন নতুন বল আহিল। আলহী-অতিথিৰ
খদম্‌দমতে তাই বিয়াৰ পাছৰ এমাহ কেনেকৈ গ'ল গমেই নাপালে। আলাসতে
খদম্‌দমতে তাই বিয়াৰ পাছৰ এমাহ কেনেকৈ গ'ল গমেই নাপালে। আলাসতে
৬ নং শাৰী: ৫ নং শাৰী:
ছোৱালী।' ৰাতি ক্ষীৰধৰক ভৰি ধোৱা চৰিয়াটোত গৰম পানী দিবলৈ যাওঁতে
ছোৱালী।' ৰাতি ক্ষীৰধৰক ভৰি ধোৱা চৰিয়াটোত গৰম পানী দিবলৈ যাওঁতে
কাহানিও মাতি নোপোৱা ফুচফুচীয়া মাতেৰে সুধিলে—‘বোৱাৰী ভালনে?’ সামান্য
কাহানিও মাতি নোপোৱা ফুচফুচীয়া মাতেৰে সুধিলে—‘বোৱাৰী ভালনে?’ সামান্য
সন্তোষৰ হাঁহি মাৰি পদ্মাই শলাগিলে— ওঁ ভালেই।<br/>
সন্তোষৰ হাঁহি মাৰি পদ্মাই শলাগিলে— ওঁ ভালেই।

{{gap}}দিন বাগৰিল। ক্ষীৰধৰে আশা পালি থাকিল। পদ্মাৰ সলনি ৰুণুক-জুনুক
{{gap}}দিন বাগৰিল। ক্ষীৰধৰে আশা পালি থাকিল। পদ্মাৰ সলনি ৰুণুক-জুনুক
খাৰু পিন্ধা এখন হাতে চাহ লৈ আহিব আৰু ক'ব ‘দেউতা, চাহ খাওক।
খাৰু পিন্ধা এখন হাতে চাহ লৈ আহিব আৰু ক'ব ‘দেউতা, চাহ খাওক।
২৩ নং শাৰী: ২৩ নং শাৰী:
{{gap}} — ইহ্, তেওঁ ধুব! গোটেই জীৱনজুৰি ওকতোতেই গ'ল, এতিয়া
{{gap}} — ইহ্, তেওঁ ধুব! গোটেই জীৱনজুৰি ওকতোতেই গ'ল, এতিয়া
বোৱাৰীয়েকৰ আগত বাচন ধুই দেখুৱালেহে হয়।<br/>
বোৱাৰীয়েকৰ আগত বাচন ধুই দেখুৱালেহে হয়।<br/>
{{gap}} — নহয়হে! তুমিও বুঢ়ী, ময়ো বুঢ়া। তুমি যদি এই বুঢ়ী দেহাটোৰে
{{gap}} — নহয়হে! তুমিও বুঢ়ী, ময়ো বুঢ়া। তুমি যদি এই বুঢ়ী দেহাটোৰে ভাত-চাহ বনোৱা, ঠাই সৰা-মচা-ধোৱা সকলোখিনি কৰিব পাৰা, ময়ো পাৰোঁ দিয়াচোন, অন্ততঃ নিজে খোৱা বাচনকেইটা ধুবলৈ। চাওঁ আঁতৰা। আৰু হেৰি, পানীৰ মগটো এইফালে দিয়া ...।
{{nop}}
ভাত-চাহ বনোৱা, ঠাই সৰা-মচা-ধোৱা সকলোখিনি কৰিব পাৰা, ময়ো পাৰোঁ
দিয়াচোন, অন্ততঃ নিজে খোৱা বাচনকেইটা ধুবলৈ। চাওঁ আঁতৰা। আৰু হেৰি,
পানীৰ মগটো এইফালে দিয়া ... |<br/>