পৃষ্ঠা:একুৰি এটা গল্প.pdf/৫০: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
{{Dhr|1em}}
{{center|{{Xx-larger|'''বিষণ্ণ বাৰ্ধক্য'''}}}}
{{center|{{X-larger|'''বিষণ্ণ বাৰ্ধক্য'''}}}}

{{gap}} পদ্ম বুঢ়ীয়ে জাৰত কঁপি কঁপি মুখেৰে অস্ফুট সুৰেৰে বৰগীত গাই গাই

গোসাঁইঘৰটো মচি আছে। পুহমহীয়া পুৱাৰ জাৰ। জাৰতে বুঢ়ীৰ মাতটো

৭ নং শাৰী: ৭ নং শাৰী:
তাৰতম্য জাৰ-জহ একোতে নকৰে। বৰ জীয়েকে এবাৰ ঘৰলৈ আহোঁতে কৈছিল—

মা, তই নাম-প্ৰসংগৰ সময়ত যে অকল কপাহী ৰিহাখনেই গাত মেৰিয়াই যাৱ,

এই বয়সত জানো দেহাই ইমান ঠাণ্ডা সহিব পাৰে?<br/>
এই বয়সত জানো দেহাই ইমান ঠাণ্ডা সহিব পাৰে?

{{gap}}পদ্মা জিকাৰ খাই উঠিছিল—ইহ, অকল ময়েইনে? আটাইকেইগৰাকী

গোপিনীয়ে ৰিহাকেই পিন্ধি যায়।<br/>
গোপিনীয়ে ৰিহাকেই পিন্ধি যায়।

{{gap}}জীয়েকৰ যুক্তি—বাকীবোৰ মাটিত বাগৰি জীৱন কটোৱা, আৰ্থিকভাৱে

পিছপৰা ঘৰৰ বুঢ়ী। তেওঁলোকৰ অভ্যাস আছে, তইতো তেনে কৰো বুলি নোৱাৰ!

পদ্মা বুঢ়ীয়ে কথা এৰাই আঁতৰি যায়।<br/>
পদ্মা বুঢ়ীয়ে কথা এৰাই আঁতৰি যায়।

{{gap}}বৰগীতৰ টানিব নোৱৰা অংশটো মুখৰ ভিতৰতে গুগুণাই বুঢ়ীয়ে

গোসাঁইঘৰ মচি অতালে। দুহাত প্ৰসাৰিত কৰি মূৰ দোঁৱাই আসনৰ ফালে

২৭ নং শাৰী: ৩০ নং শাৰী:
মাত-কথা যেন তেওঁৰ মুখৰ পৰা হেৰাই গৈছে। এজাক ল'ৰা-ছোৱালী

ডাঙৰ-দীঘল কৰি, সু-সংস্থাপিত কৰি জীৱনৰ বিয়লিপৰত কাৰো পৰা কোনো

প্ৰতিদান নাপাই তেওঁ যেন অভিমানী হৈ উঠিছে!<br/>
প্ৰতিদান নাপাই তেওঁ যেন অভিমানী হৈ উঠিছে!
{{nop}}