পৃষ্ঠা:একুৰি এটা গল্প.pdf/৪৫: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
৫ নং শাৰী: ৫ নং শাৰী:
বৰষুণজাকৰ পৰা ৰক্ষা পাবলৈ সি মোৰ হেলেক-পেলেক বেৰ ভাঙি বাৰাণ্ডাত
বৰষুণজাকৰ পৰা ৰক্ষা পাবলৈ সি মোৰ হেলেক-পেলেক বেৰ ভাঙি বাৰাণ্ডাত
আশ্ৰয় লৈছিল। আৰু গাৰ পৰা পানী সৰুৱাবলৈকে চাগে সি মোৰ দৰ্জাখনত গা
আশ্ৰয় লৈছিল। আৰু গাৰ পৰা পানী সৰুৱাবলৈকে চাগে সি মোৰ দৰ্জাখনত গা
ঘঁহাইছিল। হায়! হায়!<br/>
ঘঁহাইছিল। হায়! হায়!

{{gap|3em}}চকু-মুখত কৃত্ৰিম খং লৈ থপ থপককৈ মাসীমা মোৰ কোঠালৈ সোমাই
{{gap|3em}}চকু-মুখত কৃত্ৰিম খং লৈ থপ থপককৈ মাসীমা মোৰ কোঠালৈ সোমাই আহিল আৰু যেনেকৈ আছিল তেনেকৈয়ে বিছনাৰ কাপোৰখিনি নুৰিয়াই মূৰত তুলি কোঠাৰ লেমটো নুমুৱাই দি ক'লে— ‘চল্​, এখানে থাক্​বা{{বঙালী ৰ}} কাম নাই। আমা{{বঙালী ৰ}} ঘ{{বঙালী ৰে}} তো{{বঙালী ৰ}} শোবা{{বঙালী ৰ}} জন্য অনেক জায়গা আছে। চল্​...। ময়ো বাধ্য শিশুৰ দৰে দৰ্জাৰ তলাটো মাৰি হাতত টৰ্চ লৈ সেমেকা বনৰ ওপৰে ওপৰে মাসীমাৰ পিছে পিছে গতি কৰিলো....। মহিমাময়ীৰ ঘৰটো সৰু যদিও অন্তৰখনযে সাগৰৰ দৰে বহল....।
আহিল আৰু যেনেকৈ আছিল তেনেকৈয়ে বিছনাৰ কাপোৰখিনি নুৰিয়াই মূৰত
{{nop}}
তুলি কোঠাৰ লেমটো নুমুৱাই দি ক'লে— ‘চল্​, এখানে থাক্​বা{{বঙালী ৰ}} কাম নাই।
আমা{{বঙালী ৰ}} ঘ{{বঙালী ৰে}} তো{{বঙালী ৰ}} শোবা{{বঙালী ৰ}} জন্য অনেক জায়গা আছে। চল্​...। ময়ো বাধ্য শিশুৰ
দৰে দৰ্জাৰ তলাটো মাৰি হাতত টৰ্চ লৈ সেমেকা বনৰ ওপৰে ওপৰে মাসীমাৰ
পিছে পিছে গতি কৰিলো....। মহিমাময়ীৰ ঘৰটো সৰু যদিও অন্তৰখনযে সাগৰৰ
দৰে বহল....।