পৃষ্ঠা:একুৰি এটা গল্প.pdf/৪৪: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

JyotiPN (আলোচনা | বৰঙণি)
No edit summary
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১৬ নং শাৰী: ১৬ নং শাৰী:
তোৰ কি হৈছে ৰে? শুন্‌ছো কি হৈছে....?' সেয়া মাসীমাৰ মাত। হাতত টৰ্চ লৈ
তোৰ কি হৈছে ৰে? শুন্‌ছো কি হৈছে....?' সেয়া মাসীমাৰ মাত। হাতত টৰ্চ লৈ
তেওঁ ঘৰৰ খিৰিকীৰে মুখ উলিয়াই মোক সুধিলে। মই খিৰিকীখন অকণমান
তেওঁ ঘৰৰ খিৰিকীৰে মুখ উলিয়াই মোক সুধিলে। মই খিৰিকীখন অকণমান
খুলি ক'লো— ‘আমাৰ বাৰাণ্ডায় কেও একজন আছে মাসীমা.... আমাকে বাচাও....
খুলি ক'লো— ‘আমা{{বঙালী ৰ}} বা{{বঙালী ৰা}}ণ্ডায় কেও একজন আছে মাসীমা.... আমাকে বাচাও....
আমাকে নিয়া যাও।'<br/>
আমাকে নিয়া যাও।'

{{gap}}{{gap}}কিন্তু মাসীমা আহে কেনেকৈ? নিজৰ গাভৰু জীয়েকজনীক লৈ তেওঁ
{{gap}}কিন্তু মাসীমা আহে কেনেকৈ? নিজৰ গাভৰু জীয়েকজনীক লৈ তেওঁ
মোৰ ঘৰলৈ এই আন্ধাৰ নিশা আহি মোৰ বাৰাণ্ডাত থকা অসুৰটোৰ পৰা মোক
মোৰ ঘৰলৈ এই আন্ধাৰ নিশা আহি মোৰ বাৰাণ্ডাত থকা অসুৰটোৰ পৰা মোক
বচায় কেনেকৈ? কিন্তু মাসীমাৰ সহায় নহলেযে মোৰো উপায় নাই। বাহিৰৰ
বচায় কেনেকৈ? কিন্তু মাসীমাৰ সহায় নহলেযে মোৰো উপায় নাই। বাহিৰৰ