পৃষ্ঠা:একুৰি এটা গল্প.pdf/৪২: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
৭ নং শাৰী: ৭ নং শাৰী:
ৰক্ষা নাই। চাল মাৰিব নাজানে, চাল দিওঁতে পৰামৰ্শ নলয় ইত্যাদি ... এশ-এবুৰি
ৰক্ষা নাই। চাল মাৰিব নাজানে, চাল দিওঁতে পৰামৰ্শ নলয় ইত্যাদি ... এশ-এবুৰি
দোষ। এয়া খং কেৱল চাল আৰু গুটিবোৰ সামৰি মোনাটোত ভৰোৱা সময়লৈহে,
দোষ। এয়া খং কেৱল চাল আৰু গুটিবোৰ সামৰি মোনাটোত ভৰোৱা সময়লৈহে,
তাৰ পাছত তেওঁ চেপা মাতেৰে ধমক দিয়ে চুপ কৰ, চুপ কৰ। খিট খিট কৰে
তাৰ পাছত তেওঁ চেপা মাতেৰে ধমক দিয়ে চুপ ক{{বঙালী ৰ}}, চুপ ক{{বঙালী ৰ}}। খিট খিট ক{{বঙালী ৰে}}
হাসিয়া বাইৰেৰ মানুষকে শোনাইবাৰ দৰ্কাৰ নেই। লগে লগে আমি চুপ হৈ
হাসিয়া বাই{{বঙালী ৰে}}{{বঙালী ৰ}} মানুষকে শোনাইবা{{বঙালী ৰ}} দৰ্কা{{বঙালী ৰ}} নেই। লগে লগে আমি চুপ হৈ
যাওঁ। চুপ হৈ যোৱা মানে মৰিশালিৰ নিস্তব্ধতা। বাহিৰত শুকান গছৰ পাত সৰিলেও
যাওঁ। চুপ হৈ যোৱা মানে মৰিশালিৰ নিস্তব্ধতা। বাহিৰত শুকান গছৰ পাত সৰিলেও
আমি তাৰ উমান পাওঁ।<br/>
আমি তাৰ উমান পাওঁ।

{{gap}}{{gap}}চাকৰিৰ খাতিৰত চহৰৰ পৰা ৬৫ কিলোমিটাৰ নিলগৰ দ্ৰেংদিছা।
{{gap}}চাকৰিৰ খাতিৰত চহৰৰ পৰা ৬৫ কিলোমিটাৰ নিলগৰ দ্ৰেংদিছা।
নামৰ ঠাইখনলৈ গৈছিলো। প্ৰথমদিনাই মাৰুতি গাড়ীৰে কোনোমতে তালৈ
নামৰ ঠাইখনলৈ গৈছিলো। প্ৰথমদিনাই মাৰুতি গাড়ীৰে কোনোমতে তালৈ
গৈ কামত জইন কৰিয়ে মনটো শংকিত হৈছিল।
গৈ কামত জইন কৰিয়ে মনটো শংকিত হৈছিল।
২২ নং শাৰী: ২৩ নং শাৰী:
সোমালো আৰু সোমায়ে মাত দিলো মাসীমা বুলি —পাছৰ জীৱনছোৱাত
সোমালো আৰু সোমায়ে মাত দিলো মাসীমা বুলি —পাছৰ জীৱনছোৱাত
মাসীমা মোৰ বুকুৰ কুটুম হ’ল। সঁচাকৈয়ে মাসীমা নোহোৱা হলে সেইখন
মাসীমা মোৰ বুকুৰ কুটুম হ’ল। সঁচাকৈয়ে মাসীমা নোহোৱা হলে সেইখন
ঠাইত মোৰ দ্বাৰা চাকৰি কৰা সম্ভৱ নহ'লহেঁতেন চাগৈ।<br/>
ঠাইত মোৰ দ্বাৰা চাকৰি কৰা সম্ভৱ নহ'লহেঁতেন চাগৈ।

{{gap}}{{gap}}চুটি-চাপৰ গাঠলু শৰীৰৰ মাসীমাৰ ক’লা মুখখনত মাতৃত্বৰ মৰম সনা
{{gap}}চুটি-চাপৰ গাঠলু শৰীৰৰ মাসীমাৰ ক’লা মুখখনত মাতৃত্বৰ মৰম সনা
হাঁহিটোৰে মোক আদৰি ঠাই দিছিল তেওঁৰ একোঠালিৰ সংসাৰখনত। আন সময়ত
হাঁহিটোৰে মোক আদৰি ঠাই দিছিল তেওঁৰ একোঠালিৰ সংসাৰখনত। আন সময়ত
গাৰ্জেন হোৱা মাসীমা দহ-পঁচিশৰ সময়ত ১০/১২ বছৰীয়া কিশোৰী হয়। খেলত
গাৰ্জেন হোৱা মাসীমা দহ-পঁচিশৰ সময়ত ১০/১২ বছৰীয়া কিশোৰী হয়। খেলত
২৯ নং শাৰী: ৩১ নং শাৰী:
যেন খেলত জিকাটোৱেই তেওঁৰ একচেটিয়া স্বত্ব। কিন্তু খেল সামৰাৰ পাছতেই
যেন খেলত জিকাটোৱেই তেওঁৰ একচেটিয়া স্বত্ব। কিন্তু খেল সামৰাৰ পাছতেই
আকৌ আগৰ মাসীমা।
আকৌ আগৰ মাসীমা।
{{nop}}