পৃষ্ঠা:একুৰি এটা গল্প.pdf/৪১: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
২ নং শাৰী: ২ নং শাৰী:
চেপা গেঙনি বাহিৰ কৰিলে। লগে লগে কেঁচুৱাৰ কান্দোন। ৰাজুৰ মাক ব্যস্ত হৈ
চেপা গেঙনি বাহিৰ কৰিলে। লগে লগে কেঁচুৱাৰ কান্দোন। ৰাজুৰ মাক ব্যস্ত হৈ
পৰিল। অস্থিৰ শেৱালিয়ে ৰাজুৰ মাকক সুধিলে—‘ল’ৰানে বাই?<br/>
পৰিল। অস্থিৰ শেৱালিয়ে ৰাজুৰ মাকক সুধিলে—‘ল’ৰানে বাই?<br/>
{{gap}}{{gap}}—‘ক’ৰ ল’ৰা? সাক্ষাৎ অপেশ্বৰী। বৰ ধুনীয়া ছোৱালী। অ'।'<br/>
{{gap}}—‘ক’ৰ ল’ৰা? সাক্ষাৎ অপেশ্বৰী। বৰ ধুনীয়া ছোৱালী। অ'।'

{{gap}}{{gap}}শেৱালিৰ মুখখন ক’লা পৰি গ'ল। মাক বাপেকৰ মুখ দুখন তাইৰ চকুৰ
{{gap}}শেৱালিৰ মুখখন ক’লা পৰি গ'ল। মাক বাপেকৰ মুখ দুখন তাইৰ চকুৰ
আগত ভাহি আহিল। যাৰ অফুৰন্ত মৰমকো নেওচা দি বুধিনৰ কাষলৈ ওলাই
আগত ভাহি আহিল। যাৰ অফুৰন্ত মৰমকো নেওচা দি বুধিনৰ কাষলৈ ওলাই
আহিছিল, আজি সেই বুধিনৰে দ্বিতীয়টো সন্তান প্ৰসৱ কৰি তাই অজান বিপদৰ
আহিছিল, আজি সেই বুধিনৰে দ্বিতীয়টো সন্তান প্ৰসৱ কৰি তাই অজান বিপদৰ
১০ নং শাৰী: ১১ নং শাৰী:
কোলাত দি গাখীৰ খুৱাবলৈ কৈ বাহিৰলৈ গ'ল। কেঁচুৱাটোৱে বৰকৈ কান্দিছে।
কোলাত দি গাখীৰ খুৱাবলৈ কৈ বাহিৰলৈ গ'ল। কেঁচুৱাটোৱে বৰকৈ কান্দিছে।
ৰাজুৰ মাকে চিঞৰি ক'লে—“হেৰ খুৱাই দে। প্ৰথম গাখীৰকণ যিমান সোনকালে
ৰাজুৰ মাকে চিঞৰি ক'লে—“হেৰ খুৱাই দে। প্ৰথম গাখীৰকণ যিমান সোনকালে
খুৱাব পাৰ সিমান ভাল। গাখীৰ মুখত পৰিলেই চিঞৰ বন্ধ হ'ব।<br/>
খুৱাব পাৰ সিমান ভাল। গাখীৰ মুখত পৰিলেই চিঞৰ বন্ধ হ'ব।

{{gap}}{{gap}}কিন্তু শেৱালিৰ কোঁচত কেঁচুৱাটোৱে কান্দিয়েই থাকিল। অপলক নেত্ৰে
{{gap}}কিন্তু শেৱালিৰ কোঁচত কেঁচুৱাটোৱে কান্দিয়েই থাকিল। অপলক নেত্ৰে শেৱালিয়ে কেৱল কেঁচুৱাজনীৰ মুখখন চাই থাকিল। শেৱালিৰ চকুত ধোঁৱা-কোৱাকৈ মাক-বাপেক-বুধিন আৰু ছোৱালী দুজনীৰ মুখকেইখন অহা-যোৱা কৰিবলৈ ধৰিলে। হঠাৎ কেঁচুৱাটোৰ কান্দোন বন্ধ হ’ল। ৰাজুৰ মাকেও বাহিৰৰ পৰা কাম সামৰি ভিতৰ সোমাই আহিল— ‘গাখীৰকণ দিওঁতে অত পলম কৰিব লাগেনে? দেখিলি এতিয়া, গাখীৰকণ মুখত পৰোতেই কেনেকৈ...।' মাকৰ মুখৰ কথা আধাতে থাকিল। তেওঁ দেখিবলৈ পালে কোলাৰ পৰিৱৰ্তে প্ৰসূতি শোৱা চাংখনতে কেঁচুৱাটো পেলাই লৈ গাৰু এটাৰে কেঁচুৱাটোৰ মুখখন হেঁচি ধৰি খং-দুখ-মমতা-বিৰক্তিৰে শেৱালিয়ে ওপৰলৈ মুখ কৰি ৰৈ আছে। ৰাজুৰ মাকৰ এনে লাগিল যেন কেঁচুৱাৰ আত্মাটোৰ পথ বিচাৰি শেৱালিও শূন্যতে মিলি গৈছে।
শেৱালিয়ে কেৱল কেঁচুৱাজনীৰ মুখখন চাই থাকিল। শেৱালিৰ চকুত
{{nop}}
ধোঁৱা-কোৱাকৈ মাক-বাপেক-বুধিন আৰু ছোৱালী দুজনীৰ মুখকেইখন অহা-যোৱা
কৰিবলৈ ধৰিলে। হঠাৎ কেঁচুৱাটোৰ কান্দোন বন্ধ হ’ল। ৰাজুৰ মাকেও বাহিৰৰ
পৰা কাম সামৰি ভিতৰ সোমাই আহিল— ‘গাখীৰকণ দিওঁতে অত পলম কৰিব
লাগেনে? দেখিলি এতিয়া, গাখীৰকণ মুখত পৰোতেই কেনেকৈ...।'
মাকৰ মুখৰ কথা আধাতে থাকিল। তেওঁ দেখিবলৈ পালে কোলাৰ পৰিৱৰ্তে
প্ৰসূতি শোৱা চাংখনতে কেঁচুৱাটো পেলাই লৈ গাৰু এটাৰে কেঁচুৱাটোৰ মুখখন
হেঁচি ধৰি খং-দুখ-মমতা-বিৰক্তিৰে শেৱালিয়ে ওপৰলৈ মুখ কৰি ৰৈ আছে। ৰাজুৰ
মাকৰ এনে লাগিল যেন কেঁচুৱাৰ আত্মাটোৰ পথ বিচাৰি শেৱালিও শূন্যতে মিলি
গৈছে।