পৃষ্ঠা:একুৰি এটা গল্প.pdf/১২: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

JyotiPN (আলোচনা | বৰঙণি)
No edit summary
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
বৰ্ণালীয়ে এতিয়াও তাইৰ পৰা পলাব বিচাৰি আছে নেকি?

{{gap}}— চোৱানা এলবামকেইটা। আমাৰ বহুত পুৰণি ফটো আছে।মই প্ৰায়েই
{{gap}}— চোৱানা এলবামকেইটা। আমাৰ বহুত পুৰণি ফটো আছে। মই প্ৰায়েই
চাওঁ জানা।

চাওঁ জানা।

{{gap}}— নাচাওঁ। এলবামত থকা ফটোবোৰ মোৰ মনত ভালদৰে সজীৱ হৈ

আছে। মোক তোমাৰ খবৰ লাগে। তুমি কেনে আছা, কি কৰিছা, তোমাৰ পতি,

ঘৰ, প্ৰেম?

ঘৰ, প্ৰেম?

{{gap}} বৰ্ণালীৰ মুখখন গহীন হ’ল। তাই আগুৱাই আহি যমুনাৰ নিচেই কাষতে

বহি পৰিল। হঠাতে তাই যমুনাক সাবটি ধৰিলে। বৰ জোৰেৰে তাই যমুনাক

আঁকোৱালি লৈছে যেন বহুদিন তাই কাকো আঁকোৱালি লোৱাই নাই অথবা

তাই তাইৰ মানসিক আৱেগ দমন কৰিব বিচাৰিছে!

তাই তাইৰ মানসিক আৱেগ দমন কৰিব বিচাৰিছে!

{{gap}}—বৰ্ণালী, কি হৈছে অ’, চাওঁ এৰি দিয়া। সহজ হোৱাচোন — যমুনাই
{{gap}}—বৰ্ণালী, কি হৈছে অ’, চাওঁ এৰি দিয়া। সহজ হোৱাচোন —যমুনাই
কোৱাৰ পাছতো তাই কিছুপৰ যমুনাক সাৱটি ধৰিয়েই থাকিল। কিছুপৰ পাছত

তাই যমুনাক এৰি দিয়াত তাই বৰ্ণালীলৈ চালে — নাই, তাই কন্দা নাই — তুমি
তাই যমুনাক এৰি দিয়াত তাই বৰ্ণালীলৈ চালে— নাই, তাই কন্দা নাই— তুমি
ভালে আছাতো?

ভালে আছাতো?

{{gap}}— আছো। বৰ্ণালীয়ে মূৰ জোকাৰিলে। কিন্তু ক্ষন্তেকপৰ পাছতেই তাই

২২ নং শাৰী: ২৩ নং শাৰী:
মানিবা। কিন্তু তুমি ঘনাই আহিবা। প্লিজ যমুনা, তুমি আহি থাকিলে এছাটি মুকলি

বতাহ যেন মই পাই থাকিম। মোৰ বৈবাহিক জীৱনটো বাদ দি তুমি আৰু মই

একান্ত আপোন হৈ কলেজত কটোৱা সেই সময়খিনিকে আকৌ উপভোগ কৰিম....।

{{gap}} যমুনাৰ গাটো স্থবিৰ হোৱা যেন লাগিল। বহুপৰ তেনেকৈয়ে বহি থাকি

তাই গা লৰালে। বহুপৰ হ’ল বৰ্ণালী, আজি যাওঁগৈ। পাছত লগ পাম, আহিম।

{{gap}}—আহিম নহয় যাম। ফোনযোগে ঠিক কৰি দুয়োৰে আজৰি পৰত

দুয়ো ফুৰিম, ফূৰ্তি কৰিম। ঘৰৰ বন্ধ বেৰৰ মাজত মোৰ বৰ অসহ্য লাগে অ’।

{{gap}} হৃদয় ভেদি নিয়া এটা গভীৰ চাৱনি বিনিময় কৰি যমুনাই ঘনাই লগ
পোৱাৰ মন লৈ উঠি আহিল।

{{gap}} হৃদয় ভেদি নিয়া এটা গভীৰ চাৱনি বিনিময় কৰি যমুনাই ঘনাই লগ পোৱাৰ মন লৈ উঠি আহিল।
{{nop}}