৭,৬৫৩
টা সম্পাদনা
পৃষ্ঠাৰ স্থিতি | পৃষ্ঠাৰ স্থিতি | ||
- | + | বৈধকৰণ | |
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded): | পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded): | ||
১ নং শাৰী: | ১ নং শাৰী: | ||
− | {{gap}} |
+ | {{gap}}জ্যোতি।—হয় স্বৰ্গদেৱ। স্বৰ্গদেৱে অভয় নিদিলে তেনে |
কথা কবলৈ সাহ নজন্মে। |
কথা কবলৈ সাহ নজন্মে। |
||
− | {{gap}} |
+ | {{gap}}শিৱ।—সঙ্কোচ নকৰিবা; মই অভয় দিছোঁ। |
{{gap}}জ্যোতি।—স্বৰ্গদেৱে যেতিয়া দোষ নধৰোঁ বুলিছে, কওঁ। |
{{gap}}জ্যোতি।—স্বৰ্গদেৱে যেতিয়া দোষ নধৰোঁ বুলিছে, কওঁ। |
||
− | মই গণনাত পালোঁ |
+ | মই গণনাত পালোঁ স্বৰ্গদেৱৰ গুৰু ভাল নহয়, তাতে আকৌ |
শনিৰ দৃষ্টি পৰিছে। এইবাৰ স্বৰ্গদেৱৰ ছত্ৰভঙ্গ যোগ। |
শনিৰ দৃষ্টি পৰিছে। এইবাৰ স্বৰ্গদেৱৰ ছত্ৰভঙ্গ যোগ। |
||
{{gap}}শিৱ।– তাৰ পৰা কি হয়? |
{{gap}}শিৱ।– তাৰ পৰা কি হয়? |
||
− | {{gap}} |
+ | {{gap}}জ্যোতি।—স্বৰ্গদেৱ ৰজা ভাগিব লাগে। |
{{gap}}জ্যোতিৰ্ভূষণৰ কথা শুনি ৰজা বিমৰ্ষ হ’ল; জ্যোতিষীক |
{{gap}}জ্যোতিৰ্ভূষণৰ কথা শুনি ৰজা বিমৰ্ষ হ’ল; জ্যোতিষীক |
||
− | কলে, |
+ | কলে,—“আকৌ এবাৰ ভালকৈ গণি চোৱাঁচোন।” |
− | {{gap}}জ্যোতিৰ্ভূষণে |
+ | {{gap}}জ্যোতিৰ্ভূষণে আকৌ পূৰ্ব্বৰ দৰেই গণনা কৰিলে। |
− | পাচত আকৌ এবাৰ চালে। তাৰ পাচত ক'লে, |
+ | পাচত আকৌ এবাৰ চালে। তাৰ পাচত ক'লে,—“স্বৰ্গদেৱ, |
গণনাত ভুল হোৱা নাই। মোৰ গণনাত ভুল হ'ব নোৱাৰে। |
গণনাত ভুল হোৱা নাই। মোৰ গণনাত ভুল হ'ব নোৱাৰে। |
||
আগেয়ে যি কৈছোঁ সেয়ে হ’ব।” |
আগেয়ে যি কৈছোঁ সেয়ে হ’ব।” |
||
− | {{gap}} |
+ | {{gap}}শিৱ।—তাক খণ্ডাবৰ উপায় নাই নে? |
− | {{gap}} |
+ | {{gap}}জ্যোতি।—নাই। আপোনাৰ ছত্ৰভঙ্গ হবই। অৱশ্যে |
তাৰ আনুষঙ্গিক বিপদৰ হাত সাৰিবৰ উপায় আছে। |
তাৰ আনুষঙ্গিক বিপদৰ হাত সাৰিবৰ উপায় আছে। |
||
− | {{gap}} |
+ | {{gap}}শিৱ।—কি উপায়? |
− | {{gap}} |
+ | {{gap}}জ্যোতি।—দেৱতা আৰু ব্ৰাহ্মণৰ সন্তোষতে দেশৰ মঙ্গল'- |
মঙ্গল নিৰ্ভৰ কৰে। স্বৰ্গদেৱে দেৱালয়বিলাকত পূজা-পাটল |
মঙ্গল নিৰ্ভৰ কৰে। স্বৰ্গদেৱে দেৱালয়বিলাকত পূজা-পাটল |
||
দিয়াওক, ষোড়শোপচাৰে নবগ্ৰহৰ পূজা কৰাওক, বামুণক |
দিয়াওক, ষোড়শোপচাৰে নবগ্ৰহৰ পূজা কৰাওক, বামুণক |
টা সম্পাদনা