ৱিকিউৎস:সমজুৱা পৃষ্ঠা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
১২ নং শাৰী:
অসমীয়া ভাষাত ৱিকিচৰ্ছ প্ৰকল্পক "ৱিকিউৎস" নাম দিয়া হৈছে। ২০১৩ চনৰ ৪ জানুৱাৰীত অসমীয়া ৱিকিউৎসই নিজা উপ-ড'মেইন লাভ কৰে।
 
অসমীয়া ৱিকিউৎসত আপুনি যি কোনো প্ৰকাশিত কামকাজ যোগ কৰিব পাৰে, যিবোৰৰ স্ৰষ্টাজনৰ মৃত্যু ৬০ বছৰ পাৰ হৈছে বা তেওঁৰ লেখাবোৰ পাব্লিলিকপাব্ললিক ড’মেইনৰ আওতালৈ আহিছে। ইয়াত এনে যি কোনো গান, কবিতা, গল্প, উপন্যাস, প্ৰবন্ধ, নিবন্ধ, ভ্ৰমনভ্ৰমণ কাহিনী, চিঠি পত্ৰ, দলিল, পুৰাণ, ভাওনা, ধৰ্মীয় গ্ৰন্থ, গুৰুত্বপূৰ্ণ ভাষণ আদি যোগ কৰিব পাৰে। মূল লেখা অসমীয়া ভাষাত ন’হলেও আপুনি ইয়াৰ অসমীয়া অনুবাদ ইয়াত যোগ কৰিব পাৰে।
 
যিসকল লেখকৰ লিখনি ইয়াত যোগ কৰিব পাৰে সেইসকলৰ এখন সৰু তালিকা [[ৱিকিউৎস:অসমীয়া ভাষাৰ পাব্লিক ড’মেইনৰ অন্তৰ্ভূক্ত লিখকসমূহৰ তালিকা|অসমীয়া ভাষাৰ পাব্লিক ড’মেইনৰ অন্তৰ্ভূক্ত লিখকসমূহৰ]] তালিকা চাওক।
১৮ নং শাৰী:
==ৱিকিউৎস-ৰ বাবে প্ৰস্তাৱিত দুটা ল'গ'==
অসমীয়াত ৱিকিউৎস (ৱিকিছোৰ্ছ) মুকলি কৰাৰ বাবে যোজা চলোৱা হৈছে। সেই উপলক্ষে অসমীয়া ৱিকিউৎসৰ বাবে লোগো (ইংৰাজী ৱিকিছোৰ্ছৰ ভিত্তিত) প্ৰস্তুত কৰি ৰাইজৰ বিবেচনাৰ বাবে আগবঢ়োৱা হ'ল।
[[File:Wikisource-logo-as-3.svg|thumb|right|'''প্ৰতীক ১''' মূল লোগোৰল’গোৰ তলৰ আখৰখিনি আধুনিক আখৰৰ ঠাচত ]] ....
[[File:Wikisource-logo-as-5.svg|thumb|right|'''প্ৰতীক ২''' মূল লোগোৰল’গোৰ তলৰ আখৰখিনি প্ৰাচীন অসমীয়া আখৰৰ ঠাচতঠাঁচত]]
[[সদস্য:উদ্দীপতালুকদাৰ|উদ্দীপতালুকদাৰ]] ([[সদস্য বাৰ্তা:উদ্দীপতালুকদাৰ|talk]]) 20:18, 14 আগষ্ট 2012 (UTC)