পৃষ্ঠা:গণ-বিপ্লৱ.pdf/৯৭: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: " ---- সম্মুখত যাকে পালে তাকে কাটিলে। তাকে দেখি এটা ম..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{rh||শেষ যুদ্ধ|৯১}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:


----
সম্মুখত যাকে পালে তাকে কাটিলে। তাকে দেখি এটা মৰাণে
সম্মুখত যাকে পালে তাকে কাটিলে। তাকে দেখি এটা মৰাণে
ফুকনৰ পিঠিত যাঠিৰে হানিলে। ষাঠি পিঠিয়ে সোমাই বুকুৱে
ফুকনৰ পিঠিত যাঠিৰে হানিলে। ষাঠি পিঠিয়ে সোমাই বুকুৱে
৬ নং শাৰী: ৫ নং শাৰী:
ৰক্ষা কৰিবলৈ খেদি যাওঁতেই লিগিৰাকো এটা মৰাণে পিচ
ৰক্ষা কৰিবলৈ খেদি যাওঁতেই লিগিৰাকো এটা মৰাণে পিচ
ফালৰ পৰা ঘাপ মাৰি কাটিলে।
ফালৰ পৰা ঘাপ মাৰি কাটিলে।
এইবাৰ মায়ামৰীয়া সৈন্য দলে-বলে ৰংপুৰলৈ আগ
{{gap}}এইবাৰ মায়ামৰীয়া সৈন্য দলে-বলে ৰংপুৰলৈ আগ
বাঢ়িল। দুৱলীয়া পানী ফুকনৰ মৃত্যু আৰু মায়ামৰীয়া আগ
বাঢ়িল। দুৱলীয়া পানী ফুকনৰ মৃত্যু আৰু মায়ামৰীয়া আগ
বঢ়াৰ বাতৰি পাই এইবাৰ শেষ সম্বল লৈ বৰবৰুৱা নিজে আগ
বঢ়াৰ বাতৰি পাই এইবাৰ শেষ সম্বল লৈ বৰবৰুৱা নিজে আগ
১৩ নং শাৰী: ১২ নং শাৰী:
আৰু ৰাধা-ৰুক্মিণীৰ অলৌকিক শক্তিৰ কথা আগতে শুনি
আৰু ৰাধা-ৰুক্মিণীৰ অলৌকিক শক্তিৰ কথা আগতে শুনি
তেওঁলোক ভয়ে ভয়েহে আহিছিল। ইফালে জয়লাভ কৰি
তেওঁলোক ভয়ে ভয়েহে আহিছিল। ইফালে জয়লাভ কৰি
মায়ামৰীয়াৰ উৎসাহ চতুগুণে বাঢ়িছিল। সেই কাৰণে
মায়ামৰীয়াৰ উৎসাহ চতুৰ্গুণে বাঢ়িছিল। সেই কাৰণে
বৰবৰুৱাৰ সৈন্য বেচি পৰ ঠাৱৰিব নোৱাৰিলে। কিছুমান
বৰবৰুৱাৰ সৈন্য বেচি পৰ ঠাৱৰিব নোৱাৰিলে। কিছুমান
মৰিল আৰু কিছুমান পলাল। অগত্যা বৰবৰুৱায়ে ৰণ-ভূমি
মৰিল আৰু কিছুমান পলাল। অগত্যা বৰবৰুৱায়ো ৰণ-ভূমি
এৰি পলায়ন কৰিলে।
এৰি পলায়ন কৰিলে।
এইবাৰ শেষ যুদ্ধত জয়লাভ কৰি মায়ামৰীয়া আনন্দত
{{gap}}এইবাৰ শেষ যুদ্ধত জয়লাভ কৰি মায়ামৰীয়া আনন্দত
মতলীয়া হৈ উঠিল আৰু ৰজাৰ নগৰ অধিকাৰ কৰিবলৈ আগ
মতলীয়া হৈ উঠিল আৰু ৰজাৰ নগৰ অধিকাৰ কৰিবলৈ আগ
বাঢ়িল।
বাঢ়িল।
{{center|⸺}}