পৃষ্ঠা:কূৰ্ম্মৱলী-যুদ্ধ.djvu/৭৭: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "কুম্মৱলী-যুদ্ধ। ঈশ্বৰৰ জয় ইটো ঘেষয় সৰ্বথা। মেক..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{rh||কূৰ্ম্মৱলী-যুদ্ধ|৭৩}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
{{Block center|<poem>
কুম্মৱলী-যুদ্ধ।
ঈশ্বৰৰ জয় ইটো ঘেষয় সৰ্বথা।
ঈশ্বৰৰ জয় ইটো ঘোষয় সৰ্ব্বথা।
মেক্ষিক সাধিবে বলি আন কোন কথা।
মোক্ষক সাধিবে বসি আন কোন কথা॥
বোলয় সাগৰ কবি শুনা সভাসদ।
বোলয় সাগৰ কবি শুনা সভাসদ।
মূখ হয়। বিৰচিবো ভাৰতৰ পদ॥২৮২
মূৰ্খ হুয়া বিৰচিবো ভাৰতৰ পদ॥২৮২
কলিৰ যুগত জানা নামেসে প্ৰধান।
কলিৰ যুগত জানা নামেসে প্ৰধান।
সত্য কৰি কহহ। নাম বিনে নাহি পান।
সত্য কৰি কহো নাম বিনে নাহি আন॥
ঈশ্বৰৰ নামে সৰ্ব্ব পাপ সংহৰন্ত।
ঈশ্বৰৰ নামে সৰ্ব্ব পাপ সংহাৰন্ত।
কুমুদ পুৰাণে কহিয়াছে ভগৱন্ত ২৮৩
কুমুদ পুৰাণে কহিয়াছে ভগৱন্ত॥২৮৩
ধৰ্নেসে পৰম বস্তু জানিবা নিশ্চয়।
ধৰ্ম্মেসে পৰম বস্তু জানিবা নিশ্চয়।
ধৰ্ম্মত থাকিলে নিষ্ঠে যমে নাহি ভয়।
ধৰ্ম্মত থাকিলে নিষ্ঠে যমে নাহি ভয়॥
তপ, অপ, তীৰ্থ, যাগ, ব্ৰত আদি জন।
তপ, জপ, তীৰ্থ, যাগ, ব্ৰত আদি দান।
নহয় ইসব হৰি কথাৰ সমান।২৮৪
নহয় ইসব হৰি কথাৰ সমান॥২৮৪
আকে আনি ইটো এন্ম নকৰিয়ো বৃথা।
আকে জানি ইটো জন্ম নকৰিয়ো বৃথা।
আলাস তেজিয়া শুনিয়োক কৃষ্ণ কথা॥
আলাস ভেনিয়া নিয়োক কফ কথা।
পুত্ৰ ভাৰ্য্যা বিষয় জামিবা মায়া বী।
পুত্ৰ ভাৰ্য্যা বিষয় জানিবা মায়া জৰী।
এৱৰে ঈশ্বৰে বান্ধিয়াছে যত্ন কৰি ২৮৫
প্ৰৱন্ধে ঈশ্বৰে বান্ধিয়াছে যত্ন কৰি॥২৮৫
সিটো ৰা হন নহয় একামতে।
সিটো বান্ধ ছাড়ান নহয় একোমতে।
নকৰে ভকতি বেৰে কৃষ্ণ চৰণতে॥
নকৰ কচি বেৰ কৰতে।
</poem>}}