পৃষ্ঠা:কূৰ্ম্মৱলী-যুদ্ধ.djvu/৭৬: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "as কৃৱলী-যুদ্ধ। ব্ৰহ্মাৰ শকতি পাত ভূমিত পেলাই। অতি..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{rh|৭২|কূৰ্ম্মৱলী-যুদ্ধ।|}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
{{Block center|<poem>
as
কৃৱলী-যুদ্ধ।
ব্ৰহ্মাৰ শকতি পাত ভূমিত পেলাই।
ব্ৰহ্মাৰ শকতি পাত ভূমিত পেলাই।
অতি মহাবেগে নৃপতিক খেদি যায়॥২৭৭
অতি মহাবেগে নৃপতিক খেদি যায়॥২৭৭
কুৱলী নৃপতি হত ভৈলা বুদ্ধি।
কূৰ্ম্মৱলী নৃপতিৰ হত ভৈলা বুদ্ধি।
প্ৰচণ্ড বতাহে ৰাজা আছে চক্ষুমুদি।
প্ৰচণ্ড বতাহে ৰাজা আছে চক্ষুমুদি॥
বিমঙ্গল কবিয়া মাৰুত উকবাৰে।
বিমঙ্গল কৰিয়া মাৰুত উৰুৱাৱে।
বিস্ময়ে থাকিলা বা ব্যাকুল স্বভাৰে ২৮
বিস্ময়ে থাকিলা ৰাজা ব্যাকুল স্বভাৱে॥২৭৮
সেহি বেলা মহেশৰ শৰ বিপৰীত।
সেহি বেলা মহেশৰ শৰ বিপৰীত।
মনুজয় বেগে আসি চাপিলা সমীপ।
মনুজয় বেগে আসি চাপিলা সমীপ॥
প্ৰচও বসে দশে দিশে যাই ছানি।
প্ৰচও বতাসে দশো দিশে যাই ছানি।
তুলাত লাগিল যেন প্ৰচণ্ড অগনি ২৭৯
তূলাত লাগিল যেন প্ৰচণ্ড অগনি॥২৭৯
নিমিযেকে দহি নৃপতিৰ কলেৱৰ।
নিমিষেকে দহি নৃপতিৰ কলেৱৰ।
পৃথিবী বিদাৰি গৈলা পাতাল ভিত।
পৃথিবী বিদাৰি গৈলা পাতাল ভিতৰ॥
সাত সাগৰৰ অলে কলিক গান।
সাত সাগৰৰ জলে কৰিলেক স্নান।
দিব্যপ ধৰি গৈলা মহেশৰ স্থান।২৮•
দিব্য ৰূপ ধৰি গৈলা মহেশৰ স্থান॥২৮০
সম্মুখ সমৰে পৰি ৰাজা কুৰ্গৱলী।
সম্মুখ সমৰে পৰি ৰাজা কূৰ্ম্মৱলী।
পৰ আনলে স্বগ লোকে গৈলা চলি।
পৰম আনন্দে স্বৰ্গ লোকে গৈলা চলি॥
এক চিত কৰা মন।
শুনা সভাসদ এক চিত্ত কৰা মন।
কৰ্মঠ পান কথা অতি বিতোপন ২৬১
কূৰ্ম্মঠ পৰ্ব্বৰ কথা অতি বিতোপন॥২৮১
</poem>}}