পৃষ্ঠা:কূৰ্ম্মৱলী-যুদ্ধ.djvu/৭৩: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "কৃৱলী যুদ্ধ। বাকী সদৃশ ভয়ঙ্কৰ বিপৰীত। মাথা গোট..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{rh||কূৰ্ম্মৱলী-যুদ্ধ|৬৯}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
{{Block center|<poem>
কৃৱলী যুদ্ধ।
বাকী সদৃশ ভয়ঙ্কৰ বিপৰীত।
বাসুকী সদৃশ ভয়ঙ্কৰ বিপৰীত।
মাথা গোট আকাশে লাল পৃথিবীত ২৬
মাথা গোট আকাশে লাঙ্গুল পৃথিবীত॥২৬৪
মেৰু মৰৰ সদৃশত কলেৱৰ।
মেৰু মন্দৰৰ সদৃশত কলেৱৰ।
আকাশ বিয়াপি চলে ভয়ঙ্কৰ শিৰ।
আকাশ বিয়াপি চলে ভয়ঙ্কৰ শিৰ॥
নিশ্বাসত বাজ হৱে অসংখ্যা সৰ্প।
নিশ্বাসত বাজ হৱে অসংখ্যাত সৰ্প।
দেখি দেৱলোক হাবিয়া গৈলা দৰ্প ২৬৫
দেখি দেৱলোকৰ হাৰিয়া গৈলা দৰ্প॥২৬৫
নাকৰ বতাস {{SIC|মাৰুতৰ}} সমসৰ।
নাক বাস মাভ সমস।
দুই গোট চক্ষু যেন উদিত ভাৰ।
দুই গোট চক্ষু যেন উদিত ভাস্কৰ।
কালবৰ্ণ দুই বিদ্যা শিখৰ সদৃশ।
কালবৰ্ণ দুই জিহ্বা শিখৰ সদৃশ।
তপ তপ কৰি দুই নাকে পৰে বিষ॥২৬
তপ তপ কৰি দুই নাকে পৰে বিষ॥২৬৬
পাতাল সদৃশ কৰি বেন্ত গোট বাই।
পাতাল সদৃশ কৰি বেন্ত গোট বাই।
পৰম আক্ৰোশে গাঙ্গেয়ক দি যাই।
পৰম আক্ৰোশে গাঙ্গেয়ক খেদি যাই॥
হেন দেখি গঙ্গা-সুতে মনত গুণিলা।
হেন দেখি গঙ্গা-সুতে মনত গুণিলা।
আথে বেধে দিকপাল শৰ বৰবিলা ২৬৭
আথে বেথে দিকপাল শৰ বৰষিলা॥২৬৭
আকাশ হানিয়া চলে গায়ক এচ।
আকাশ ছানিয়া চলে শায়ক প্ৰচণ্ড।
কুবেৰৰ অৰু কৰিলা খণ্ড খণ্ড।
কুবেৰৰ অস্ত্ৰক কৰিলা খণ্ড খণ্ড॥
চুৰ্ণাকৃতি হয় শৰ ভূমিত পৰিলা।
চুৰ্ণাকৃতি হুয়া শৰ ভূমিত পৰিলা।
টল কৰি মহী মন্দ লবিলা॥২৬৮
টল ৰল কৰি মহী মন্দৰ লৰিলা॥২৬৮
</poem>}}