পৃষ্ঠা:কূৰ্ম্মৱলী-যুদ্ধ.djvu/৭১: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "কৱলী-যুদ্ধ। আপোনাৰ শীৰ নেদেখে প্ৰজাচৰ। হাহাকাৰ শ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{rh||কূৰ্ম্মৱলী-যুদ্ধ|৬৭}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
{{Block center|<poem>
কৱলী-যুদ্ধ।
আপোনাৰ শীৰ নেদেখে প্ৰজাচৰ।
আপোনাৰ শৰীৰ নেদেখে প্ৰজাচয়।
হাহাকাৰ শৱদ উঠিলা অতিশয় ২৫৫
হাহাঁকাৰ শৱদ উঠিলা অতিশয়॥২৫৫
হেন দেখি মহাক্ৰোধে গঙ্গাৰ কুমাৰ।
হেন দেখি মহাক্ৰোধে গঙ্গাৰ কুমাৰ।
আদিত্যৰ শৰপাত কৰি প্ৰহাৰ।
আদিত্যৰ শৰপাত কৰি প্ৰহাৰ॥
জ্যোতিৰ্ময় আদিত্যৰ শৰ আবিষ।
জ্যোতিৰ্ম্ময় আদিত্যৰ শৰ আসবিষ।
অন্ধকাৰ ফেৰি সুপ্ৰসন্ন দশদিশ ২৫৬
অন্ধকাৰ ফেৰি সুপ্ৰসন্ন দশোদিশ॥২৫৬
মোময় যেবে বুথ। হুয়া গৈল।
তমোময় শৰ যেবে বৃথা হুয়া গৈলা।
দেখি নৃপতিৰ মনে তয় ভৈলা।
দেখি নৃপতিৰ মনে মহা {{SIC|তয়}} ভৈলা॥
ক্ৰোধত বিবৰ্ণ মুখ দেখিতে ভীষণ।
ক্ৰোধত বিবৰ্ণ মুখ দেখিতে ভীষণ।
মন্ত্ৰ পঢ়ি অহাৰ কৰিলা বায়ুবাণ ২৫৭
মন্ত্ৰ পঢ়ি প্ৰহাৰ কৰিলা বায়ুবাণ॥২৫৭
বলাস বহৰ অতিশয় ভয়ঙ্কৰ।
বতাস বহয় অতিশয় ভয়ঙ্কৰ।
খৰ বায়ু বহে খোলা উড়াই পৰ।
খৰ বায়ু বহে খোলা উড়াই খাপৰ।
অসংখ্যা বৃক্ষসব উৰি পৰয়।
অসংখ্যাত বৃক্ষসব উভৰি পৰয়।
প্ৰচণ্ড বতাসে মেৰু মন্দ কম্পয়॥২৫৮
এচ বসে যেৰু মন্দ কপ ২৮
পৰ্বত শৃঙ্গ যেন উৰাই নি।
পৰ্ব্বতৰ শৃঙ্গ যেন উৰাই নিৰন্তৰ।
সম্মুখৰ বায়ু বহে বিষম সমৰ।
সম্মুখৰ বায়ু বহে বিষম সমৰ॥
হেন দেখি গঙ্গা-সুত মুনি নায়ক।
হেন দেখি গঙ্গা-সুত মুনিব নায়ক।
মন্ত্ৰ পঢ়ি অহাবিলা পৰ্বত সায়ক ২১
মন্ত্ৰ পঢ়ি প্ৰহাৰিলা পৰ্ব্বত সায়ক॥২৫৯
</poem>}}