পৃষ্ঠা:সাহিত্য-মুক্তাৱলী.djvu/২২: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধিত
+
বৈধকৃত
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{rh|১৪|সাহিত্য-মুক্তাৱলী।|}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
হ’ল। তেওঁ বিৰি পিন্ধিবলৈ আৰু অস্ত্ৰ লবলৈ ধৰোঁতেই
{{rh|১৪|সাহিত্য-মুক্তাৱলী।|}}
ৰূপসিঙে ওপৰা-উপৰিকৈ সেই অস্ত্ৰেৰেই বৰফুকনক কাটি বধ
কৰিলে।


{{Right|{{smaller|৺ৰত্নেশ্বৰ মহন্ত।}}}}
হ’ল। তেওঁ বিৰি পিন্ধিবলৈ আৰু অস্ত্ৰ লবলৈ ধৰোঁতেই ৰূপসিঙে ওপৰা-উপৰিকৈ সেই অস্ত্ৰেৰেই বৰফুকনক কাটি বধ কৰিলে।


{{center|{{larger|টীকা।}}}}
{{Right|৺ৰত্নেশ্বৰ মহন্ত।}}


{{gap}}অমানুষিক— (ন+মানুষ+ষ্ণিক) মানুহৰ পক্ষে অসম্ভব, নীহ।
{{center|{{X-larger|টীকা।}}}}
{{gap}}অভীষ্ট (অভি— ইষ্‌+ক্ত) বাঞ্ছিত।


{{center|{{larger|প্ৰশ্ন।}}}}
{{gap}}অমানুষিক—(ন+মানুষ+ষ্ণিক) মানুহৰ পক্ষে অসম্ভব, নীহ।
{{gap}}অভীষ্ট (অভি—ইষ+ক্ত) বাঞ্ছিত।


১। নুমলী ৰাজমাও কোন? তেওঁ বদন বৰফুকনক কিয় মৰালে?
{{center|{{X-larger|প্ৰশ্ন।}}}}

১। নুমলী ৰাজমাও কোন? তেওঁ বদন বৰফুকনক কিয় {{SIC|মবালে|মৰালে}}?


২। বদনক যেতিয়াই তেতিয়াই মাৰিব নোৱৰাৰ কাৰণ কি?
২। বদনক যেতিয়াই তেতিয়াই মাৰিব নোৱৰাৰ কাৰণ কি?
১৮ নং শাৰী: ১৮ নং শাৰী:
৩। কি অৱস্থাত কেনেকৈ বদনক মৰা হ'ল?
৩। কি অৱস্থাত কেনেকৈ বদনক মৰা হ'ল?


৪। অঠাইত, ঘুনুক-ঘানাক, ছেগ, কথাই কথাই—এই শব্দকেইটাৰে বাক্য ৰচনা কৰা।
৪। অঠাইত, ঘুনুক-ঘানাক, ছেগ, কথাই কথাই— এই শব্দকেইটাৰে বাক্য ৰচনা কৰা।


{{center|⸻⸻}}
{{center|⸻⸻}}


{{Dhr|2em}}
{{center|{{x-larger|'''প্ৰাচীন ভাৰতৰ বিশ্ববিদ্যালয়।'''}}}}


{{gap}}আজিলৈকে অনুসন্ধানৰ ফলত যি জানিব পৰা গৈছে, প্ৰাচীন
{{center|{{Xx-larger|'''প্ৰাচীন ভাৰতৰ বিশ্ববিদ্যালয়।'''}}}}
ভাৰতত এই দুটা বিশ্ববিদ্যালয় আছিল। যেনে— তক্ষশীলা, শ্ৰীধান্যকটক,

{{gap}}আজিলৈকে অনুসন্ধানৰ ফলত যি জানিব পৰা গৈছে, প্ৰাচীন ভাৰতত এই দুটা বিশ্ববিদ্যালয় আছিল। যেনে—তক্ষশীলা, শ্ৰীধান্যকটক, {{SIC|নলন্দা|নালন্দা}}, উদান্তপুৰী, দেৱবিহাৰ বা বিক্ৰমশীলা আৰু উজ্জয়িনী।
{{SIC|নলন্দা|নালন্দা}}, উদান্তপুৰী, দেৱবিহাৰ বা বিক্ৰমশীলা আৰু
উজ্জয়িনী।