পৃষ্ঠা:সাহিত্য-মুক্তাৱলী.djvu/৩৫: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধিত
+
বৈধকৃত
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{rh||জয়ন্তী|২৭}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
স্বীকাৰ কৰিব লাগিব, ৰমানাথ বৰুৱাৰ ষোল বছৰীয় সহধৰ্ম্মিণী
{{rh||জয়ন্তী|২৭}}
শ্ৰীমতী জয়ন্তী দেবীক। সঁচাসঁ‌চিকৈয়ে ৰমানাথ বৰুৱাৰ পত্নী

স্বীকাৰ কৰিব লাগিব, ৰমানাথ বৰুৱাৰ ষোল বছৰীয় সহধৰ্মিণী
শ্ৰীমতী জয়ন্তী দেবী। সঁচাসঁ‌চিকৈয়ে ৰমানাথ বৰুৱাৰ পত্নী
শ্ৰীমতী জয়ন্তী দেবী পুৰণি আসামৰ ৰাজধানী ৰংপুৰ নগৰৰ মাজত
শ্ৰীমতী জয়ন্তী দেবী পুৰণি আসামৰ ৰাজধানী ৰংপুৰ নগৰৰ মাজত
সাবিত্ৰীৰ নিচিনা সতী, কমলাৰ নিচিনা সুন্দৰী, শচীৰ দৰে সৌভাগ্য-
সাবিত্ৰীৰ নিচিনা সতী, কমলাৰ নিচিনা সুন্দৰী, শচীৰ দৰে সৌভাগ্যৱতী
বৰ্তী বুলি ৰাষ্ট্ৰ আছিল।
বুলি ৰাষ্ট্ৰ আছিল।



{{Dhr|1em}}
{{center|{{X-larger|দ্বিতীয় অধ্যায়।}}}}
{{center|{{larger|দ্বিতীয় অধ্যায়।}}}}


{{gap}}আজি প্ৰায় এক শতিকা হব লগীয়া হ'ল, অসম দেশ মানৰ
{{gap}}আজি প্ৰায় এক শতিকা হব লগীয়া হ'ল, অসম দেশ মানৰ
দ্বাৰাই তিনিবাৰ আক্ৰান্ত হয়। তৃতীয়বাৰৰ আক্ৰমণ অতি ভীষণ।
দ্বাৰাই তিনিবাৰ আক্ৰান্ত হয়। তৃতীয়বাৰৰ আক্ৰমণ অতি ভীষণ।
এইবাৰ অসম দেশে ব্ৰহ্মৰজাৰ সৈন্যৰ দ্বাৰা অধিকৃত হৈ স্বাধীনতা-
এইবাৰ অসম দেশে ব্ৰহ্মৰজাৰ সৈন্যৰ দ্বাৰা অধিকৃত হৈ স্বাধীনতা-
ফুলৰ মালা ডিঙিৰ পৰা দলিয়াই পেলাই পৰাধীনতা-লোৰ শিকলি
ফুলৰ মালা ডিঙিৰ পৰা দলিয়াই পেলাই পৰাধীনতা-লোৰ-শিকলি
ভৰিত পিন্ধে। মানৰ গোৰোহনিয়ে স্বাধীন অসমৰ ওখ মূৰ
ভৰিত পিন্ধে। মানৰ গোৰোহনিয়ে স্বাধীন অসমৰ ওখ মূৰ
দোৱাঁয়। আহোম ৰজাৰ গৌৰব ৰবি চিৰকাললৈ অস্ত যায়।
দোৱাঁয়। আহোম ৰজাৰ গৌৰব ৰবি চিৰকাললৈ অস্ত যায়।
ছশ বছৰ অকণ্টক ৰাজ্যভোগৰ পিচত সৌমাৰ-বিজেতা আহোম
ছশ বছৰ অকণ্টক ৰাজ্যভোগৰ পিচত সৌমাৰ-বিজেতা আহোম
ৰজা চুকাফাৰ বংশধৰসকল বাটৰ মগনিয়াৰ হ’ল। ১৭৪২, শকৰ
ৰজা চুকাফাৰ বংশধৰসকল বাটৰ মগনিয়াৰ হ’ল। ১৭৪২ শকৰ
২ চতৰ পৰা ১৭৪৬ শকৰ ২১ মাঘলৈকে নৃশংস ব্ৰহ্মবাসাহঁতৰ
২ চতৰ পৰা ১৭৪৬ শকৰ ২১ মাঘলৈকে নৃশংস ব্ৰহ্মবাসাহঁতৰ
অত্যাচাৰ, নিঠুৰ, হত্যা আৰু লুট-পাত আদিৰে অসম লালকাল
অত্যাচাৰ, নিষ্ঠুৰতা, হত্যা আৰু লুট্‌-পাত আদিৰে অসম লালকাল
আৰু জুৰুলা হয়। শেহত, ব্ৰিটিছসূৰ্যৰ উদয়ত, দুৰ্ভগীয়া অসমৰ
আৰু জুৰুলা হয়। শেহত, ব্ৰিটিছসূৰ্য্যৰ উদয়ত, দুৰ্ভগীয়া অসমৰ
পৰা, তিনিবছৰ দহমাহ উনৈশদিনব্যাপী এই ঘোৰ এন্ধাৰ ৰাতিৰ
পৰা, তিনিবছৰ দহমাহ উনৈশদিনব্যাপী এই ঘোৰ এন্ধাৰ ৰাতিৰ
ওৰ পৰে। এই সময়ৰ অসমৰ অৱস্থা বৰ্ণনা কৰিবলৈ কাপ
ওৰ পৰে। এই সময়ৰ অসমৰ অৱস্থা বৰ্ণনা কৰিবলৈ কাপ
অক্ষম। শিক্ষা, কৃষি, বাণিজ্য, শিল্প, সুখ, শান্তি পাপাত্মাবিলাকৰ
অক্ষম। শিক্ষা, কৃষি, বাণিজ্য, শিল্প, সুখ, শান্তি পাপাত্মাবিলাকৰ
দৌৰাত দেশৰ পৰা একেবাৰেই অন্তহিত হৈছিল। ইহঁতৰ
দৌৰাত্ম্যত দেশৰ পৰা একেবাৰেই অন্তৰ্হিত হৈছিল। ইহঁতৰ