পৃষ্ঠা:সাহিত্য-মুক্তাৱলী.djvu/৫৩: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

JyotiPN (আলোচনা | বৰঙণি)
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধিত
+
বৈধকৃত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
{{center|{{Xx-larger|'''কুঁজীৰ কলঙ্ক।'''}}}}
{{center|{{x-larger|'''কুঁজীৰ কলঙ্ক।'''}}}}


{{gap}}ৰাম-বনবাসৰ চাবি-কাঠী মন্থৰা। ৰাম বনবাস কিয়, ৰামায়ণ-
{{gap}}ৰাম-বনবাসৰ চাবি-কাঠী মন্থৰা। ৰাম বনবাস কিয়, ৰামায়ণ-
ৰূপ মহা আকাশৰ বতৰা মন্থৰা। কবিয়ে মন্থৰাৰে ৰামায়ণৰ
ৰূপ মহা আকাশৰ {{SIC|ধ্ৰূবতৰা|ধ্ৰুবতৰা}} মন্থৰা। কবিয়ে মন্থৰাৰে ৰামায়ণৰ
গতি ঠিক কৰিছে। কিন্তু, এই মন্থৰা কোন? মন্থৰাৰ মাতৃকুল,
গতি ঠিক কৰিছে। কিন্তু, এই মন্থৰা কোন? মন্থৰাৰ মাতৃকুল,
পিতৃকুল, স্বামীকুল, সকলো দুৰ্জ্ঞেয়। কবিও এই কথাত নিমাত।
পিতৃকুল, স্বামীকুল, সকলো দুৰ্জ্ঞেয়। কবিও এই কথাত নিমাত।


{{X-larger|মন্থৰাৰ পৰিচয়ঃ —}}মন্থৰা এজনী দাসী। দাসী বুলি আমাৰ
{{gap}}মন্থৰাৰ পৰিচয়ঃ — মন্থৰা এজনী দাসী। দাসী বুলি আমাৰ
ডাঙ্গৰীয়াৰ বান্দী বা কলিকাতাৰ জি নহয়। মন্থৰাৰ অতুল ক্ষমতা,
ডাঙ্গৰীয়াৰ বান্দী বা কলিকাতাৰ জি নহয়। মন্থৰাৰ অতুল ক্ষমতা,
অতুল প্ৰভাৱ। এই কুঁজী বান্দীয়ে শ্ৰীৰামচন্দ্ৰক বনলৈ পঠায়।
অতুল প্ৰভাৱ। এই কুঁজী বান্দীয়ে শ্ৰীৰামচন্দ্ৰক বনলৈ পঠায়।