পৃষ্ঠা:সাহিত্য-মুক্তাৱলী.djvu/১৬০: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "সাহিত-মুক্তাৱলী। বিব ৰিব কৰি বই মৃদু সমীৰণ প্ৰেম..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{rh|১৫২|সাহিত্য-মুক্তাৱলী।|}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
{{Block center|<poem>
সাহিত-মুক্তাৱলী।
বিব ৰিব কৰি বই মৃদু সমীৰণ
ৰিব ৰিব কৰি বই মৃদু সমীৰণ
প্ৰেমিকা ভোমোৰ ভৰা প্ৰমোদ বনত,
প্ৰেমিকা ভোমোৰা ভৰা প্ৰমোদ বনত,
ফুলৰ প্ৰাণত কৰে প্ৰেম উদ্দীপন,-
ফুলৰ প্ৰাণত কৰে প্ৰেম উদ্দীপন,
‘মোৰ মোৰ' বুলি মোৰো পশেহি কাণত।
‘মোৰ মোৰ' বুলি মোৰো পশেহি কাণত।

ক্ষণপ্ৰভা বিজুলীৰ মিচিকিয়া হাঁহি,
ক্ষণপ্ৰভা বিজুলীৰ মিচিকিয়া হাঁহি,
জুমি জুমি চায় ব্ৰ আৱৰণ মেলি।
জুমি জুমি চায় ব্ৰ আৱৰণ মেলি।
ডাৱৰৰ কোলা এৰি চাট কৰে আহি
ডাৱৰৰ কোলা এৰি চাট কৰে আহি
কই যায় টিপতেই তুমি মোৰ বুলি।
কই যায় টিপতেই তুমি মোৰ বুলি।

বিশ্ব জুৰি উঠে শুনো মধুৰ সঙ্গীত,
বিশ্ব জুৰি উঠে শুনো মধুৰ সঙ্গীত,
“আপোন আপোন তুমি সকলো জীৱৰ”;
“আপোন আপোন তুমি সকলো জীৱৰ”;
সকলো আপোন মোৰ এই পৃথিবীত,
সকলো আপোন মোৰ এই পৃথিবীত,
কোনে বোলে কেও নাই সংসাৰত মোৰ।
কোনে বোলে কেও নাই সংসাৰত মোৰ।
</poem>}}
ইন্দ্ৰেশ্বৰ বৰঠাকুৰ।
{{Right|ইন্দ্ৰেশ্বৰ বৰঠাকুৰ।}}
সৰু লৰাৰ গীত।

<center>{{xx-larger|'''সৰু লৰাৰ গীত।'''}}</center>
{{center|১}}
{{Block center|<poem>
পুৱাৰ কিৰণ, মৃদু সমীৰণ,
পুৱাৰ কিৰণ, মৃদু সমীৰণ,
পুষ্পৰ সুগন্ধ, পক্ষীৰ কূজন,
পুষ্পৰ সুগন্ধ, পক্ষীৰ কূজন,
সৰগ-সুলভ সুখৰ সপোন
সৰগ-সুলভ সুখৰ সপোন
লগ লৈ আমি আহিছে হেৰা।
লগ লৈ আমি আহিছোঁ হেৰা।</poem>}}