পৃষ্ঠা:সাহিত্য-মুক্তাৱলী.djvu/১৫৯: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "সকলো আপোন মোৰ। এই যে বিশাল বিশ্ব আপোন কক্ষত ঘূৰি ঘ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
সকলো আপোন মোৰ।
{{x-larger|'''সকলো আপোন মোৰ।'''}}

{{Block center|<poem>
এই যে বিশাল বিশ্ব আপোন কক্ষত
এই যে বিশাল বিশ্ব আপোন কক্ষত
ঘূৰি ঘূৰি যশ গায় সৃষ্টি তোৰ,
ঘূৰি ঘূৰি যশ গায় সৃষ্টি ৰচোঁতোৰ,
চন্দ্ৰ-সূৰ্য্য জ্বলে সউ নীল আকাশত,
চন্দ্ৰ-সূৰ্য্য জ্বলে সউ নীল আকাশত,
কয় মোক ঘঁহি হি ‘সকলো তোমাৰ।
কয় মোক হাঁহি হাঁহি ‘সকলো তোমাৰ।’

নিশাৰ আঁচল ফুটি সৰু সৰু তৰা
নিশাৰ আঁচল ফুটি সৰু সৰু তৰা
হাঁহিছে আপোন মনে উলাহিত হই;
হাঁহিছে আপোন মনে উলাহিত হই;
বৰষি বসুধা-গাত ক্ষীণ কৰ-ধাৰা,
বৰষি বসুধা-গাত ক্ষীণ কৰ-ধাৰা,
উত্ৰাৱল কৰে মোকো মোৰ বুলি কই।
উত্ৰাৱল কৰে মোকো ‘মোৰ’ বুলি ক'ই।

সউৱা প্ৰকৃতি দেবী সুন্দৰ সাজেৰে
সউৱা প্ৰকৃতি দেবী সুন্দৰ সাজেৰে
হিমুৱা, কৰে সদা বিভু-প্ৰেম গান,
হাঁহিমুৱা, কৰে সদা বিভু-প্ৰেম গান,
নিফুট বাহীটি বায় সুৱলা সুৰেৰে,
নিফুট বাঁহীটি বায় সুৱলা সুৰেৰে,
শুননা তাতে সৰ্বদায় ‘তুমি মোৰ’ তান।
শুনো তাতো সৰ্ব্বদায় ‘তুমি মোৰ’ তান।

প্ৰেমিকা তটিনী বয় সিন্ধুৰ কাৰণে,
প্ৰেমিকা তটিনী বয় সিন্ধুৰ কাৰণে,
নিমল পানীধাৰ-প্ৰকৃতি-দাপোণ--
নিমল পানীধাৰ— প্ৰকৃতি-দাপোণ—
সুমধুৰ হাঁহি সতে কুলু কুলু গানে
সুমধুৰ হাঁহি সতে কুলু কুলু গানে
কয় মোক ধীৰে ধীৰে তুমিও আপোন।
কয় মোক ধীৰে ধীৰে ‘তুমিও আপোন’।
</poem>}}