পৃষ্ঠা:সাহিত্য-মুক্তাৱলী.djvu/১৫৫: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
<center>{{x-larger|তৰ্পণ।}}
<center>{{x-larger|তৰ্পণ।}}<br/>
(মহামহোপাধ্যায় ৺ধীৰেশ্বৰাচাৰ্য্যৰ প্ৰয়াণত)</center>
(মহামহোপাধ্যায় ৺ধীৰেশ্বৰাচাৰ্য্যৰ প্ৰয়াণত)</center>


৫ নং শাৰী: ৫ নং শাৰী:
১। {{gap}} হিয়াভগা বিয়োগ বাতৰি
১। {{gap}} হিয়াভগা বিয়োগ বাতৰি
::::নিমিষতে বিয়পি পৰিল;
::::নিমিষতে বিয়পি পৰিল;
{{gap}} বাণীকুঞ্জ নীৰৱ, নিমাত;
::::বাণীকুঞ্জ নীৰৱ, নিমাত;
::::—ফুলা ফুল লেৰেলি সৰিল।
::::—ফুলা ফুল লেৰেলি সৰিল।


২। {{gap}} অমায়িক সৰল-প্ৰকৃতি,
২। {{gap}} অমায়িক সৰল-প্ৰকৃতি,
::::ঋষিতুল্য আচাৰ্য্য দেৱৰ
::::ঋষিতুল্য আচাৰ্য্য দেৱৰ
{{gap}} আজীৱন কঠোৰ সাধনা,
::::আজীৱন কঠোৰ সাধনা,
::::লক্ষ্য যাৰ অনন্ত পোহৰ।
::::লক্ষ্য যাৰ অনন্ত পোহৰ।


৩। {{gap}} একনিষ্ঠ জ্ঞানৰ সেৱকে
৩। {{gap}} একনিষ্ঠ জ্ঞানৰ সেৱকে
::::নিৰমল যজ্ঞৰ কাষত;
::::নিৰমল যজ্ঞৰ কাষত;
{{gap}} উলাহেৰে ললেহি আসন,
::::উলাহেৰে ললেহি আসন,
::::জয়-মালা পিন্ধালে গলত।
::::জয়-মালা পিন্ধালে গলত।


৪। {{gap}} দেৱ-ভাষা মথি যতনেৰে
৪। {{gap}} দেৱ-ভাষা মথি যতনেৰে
::::অমৃত কৰিলে বিতৰণ;
::::অমৃত কৰিলে বিতৰণ;
{{gap}} মৰতক দেখালে উলাহে
::::মৰতক দেখালে উলাহে
::::সৰগৰ নন্দন কানন।
::::সৰগৰ নন্দন কানন।
</poem>}}
</poem>}}