পৃষ্ঠা:সাহিত্য-মুক্তাৱলী.djvu/১৫৫: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
৩ নং শাৰী: ৩ নং শাৰী:


{{Block center|<poem>
{{Block center|<poem>
১। {{gap|2em}} হিয়াভগা বিয়োগ বাতৰি
১। {{gap}} হিয়াভগা বিয়োগ বাতৰি
{{gap|6em}}নিমিষতে বিয়পি পৰিল;
::::নিমিষতে বিয়পি পৰিল;
বাণীকুঞ্জ নীৰৱ, নিমাত;
{{gap}} বাণীকুঞ্জ নীৰৱ, নিমাত;
—ফুল। ফুল লেৰেলি সৰিল।
::::—ফুলা ফুল লেৰেলি সৰিল।

অমায়িক সৰল-প্ৰকৃতি,
২। {{gap}} অমায়িক সৰল-প্ৰকৃতি,
ঋষিতুল্য আচাৰ্য দেৱৰ
::::ঋষিতুল্য আচাৰ্য্য দেৱৰ
আজীৱন কঠোৰ সাধনা,
{{gap}} আজীৱন কঠোৰ সাধনা,
লক্ষ্য যাৰ অনন্ত পোহৰ।
::::লক্ষ্য যাৰ অনন্ত পোহৰ।
একনিষ্ঠ জ্ঞানৰ সেৱকে

নিমল যজ্ঞৰ কাষত;
৩। {{gap}} একনিষ্ঠ জ্ঞানৰ সেৱকে
উলাহেৰে ললেহি আসন,
::::নিৰমল যজ্ঞৰ কাষত;
জয়-মালা পিহ্মালে গলত।
{{gap}} উলাহেৰে ললেহি আসন,
৪।
::::জয়-মালা পিন্ধালে গলত।
দেৱ-ভাষা মথি যতনেৰে

অমৃত কৰিলে বিতৰণ;
৪। {{gap}} দেৱ-ভাষা মথি যতনেৰে
মত দেখালে উলাহে
::::অমৃত কৰিলে বিতৰণ;
সৰগৰ নন কানন।
{{gap}} মৰতক দেখালে উলাহে
::::সৰগৰ নন্দন কানন।
</poem>}}
</poem>}}