পৃষ্ঠা:সাহিত্য-মুক্তাৱলী.djvu/১৫৪: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "sar সাহিত্য-মুজালী। অজৰ অমৰ মই, আছে চিৰকাল, আছিলোও আ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{rh১৪৬|সাহিত্য-মুক্তাৱলী।||}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
{{Block center|<poem>
sar
অজৰ অমৰ মই, আছোঁ চিৰকাল,
সাহিত্য-মুজালী।
অজৰ অমৰ মই, আছে চিৰকাল,
আছিলোও আগৰ পৰাই;
আছিলোও আগৰ পৰাই;
নহওঁ নতুন একো, নেও কল’কো,
নহওঁ নতুন একো, নেযাও ক'ল’কো,
ইয়াতেই থাকিম সদায়।
ইয়াতেই থাকিম সদায়।

কেতিয়াবা ভাব মোৰ লুকাব মনত,
কেতিয়াবা ভাব মোৰ লুকাব মনত,
মাতষাৰি হেৰাব মুখ;
মাতষাৰি হেৰাব মুখৰ;
নেথাকিব একো ভেদ আপোন-পৰৰ
নেথাকিব একো ভেদ আপোন-পৰৰ
স্নেহভাব নব মনৰ।
স্নেহভাব নৰ'ব মনৰ।

কিন্তু মোৰ দেহ হলে সদায় থাকিব,
কিন্তু মোৰ দেহ হলে সদায় থাকিব,
আন পিনে ক’লকো নেযায়;
আন পিনে ক’লকো নেযায়;
হ’ব পাৰে ৰূপান্তৰ চকুৰে নেদেখা;
হ’ব পাৰে ৰূপান্তৰ চকুৰে নেদেখা;
তথাপিও ক’ততা নেহেৰায়।
তথাপিও ক’ততাতো নেহেৰায়।

শ্ৰীদুৰ্গেশ্বৰ শৰ্মা
{{Right|শ্ৰীদুৰ্গেশ্বৰ শৰ্মা}}
টীকা

অজৰ =(ন-জ্ব+) জঠৰ নোহোৱা, বুঢ়া নোহোৱা।
<center>{{larger|টীকা}}</center>

অজৰ = (ন- জৃ +অচ্‌) জঠৰ নোহোৱা, বুঢ়া নোহোৱা।
ৰূপান্তৰ-অৰূপ।
ৰূপান্তৰ-অৰূপ।

প্ৰশ্ন।
<center>{{larger|প্ৰশ্ন।}}</center>
১। মৰণৰ সম্পৰ্কে কৰিৰ মনোভাব চমুকৈ ৰণোৱা।
১। মৰণৰ সম্পৰ্কে কবিৰ মনোভাব চমুকৈ বৰ্ণোৱাঁ।
২। ব্যাখ্যা কৰা:-কিন্তু মোৰ দেহ হলে••নেহেৰায়।
২। ব্যাখ্যা কৰাঁ:কিন্তু মোৰ দেহ হলে••• নেহেৰায়।

<center>⸻⸻</center>
</poem>}}