এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩৫
এটি সপোন

সকলো সাঙ্গ৷ সেই দেখি দেশৰ ভালৰ অৰ্থে আমাৰ কীৰ্ত্তন ঘৰত বৰসবাহ ধৰা যাওক৷” সত্ৰীয়াৰ এই অভিপ্ৰায় শুনি ভকত সকলেও তাতে ভৰ দিলে৷ ভকত সকলৰ মেল ভাঙিল৷ সত্ৰীয়া ঘৰলৈ গ’ল৷ ভকত সকলে দুপৰীয়া খাই-বই উঠি বৰ- সবাহৰ নিমিত্তে জান দিবলৈ বৰপেটীয়া ডাঙৰ ডাঙৰ মানুহ সকলৰ ঘৰে ঘৰে ফুৰিবলৈ ধৰিলে৷