পৃষ্ঠা:Kirtan Ghosha.pdf/৮৯৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ওপৰঞ্চি
পাল-নাম

কৃষ্ণ॥ ১
কৃষ্ণ ৰাম॥ ২
কৃষ্ণ ৰাম গোবিন্দ॥ ৩
কৃষ্ণ ৰাম গোৱিন্দ॥ ৪
ৰাম কৃষ্ণ গোবিন্দ॥
ৰাম গোবিন্দ ৰাম গোবিন্দ॥ ৫
কৃষ্ণ কৃষ্ণ কৃষ্ণ ৰাম॥ ৬
হৰি হৰি হৰি ৰাম।৷ ৭
কৃষ্ণ কৃষ্ণ ৰাম ৰাম॥ ৮
কৃষ্ণ হৰি ৰাম গোপাল গোৱিন্দ॥ ৯
গোবিন্দ গোবিন্দ ৰাম ৰাম ৰাম॥ ১০
যাদৱ মাধৱ গোপাল গোৱিন্দ॥ ১১
কৃষ্ণ ৰাম গোৱিন্দ॥ ১২
ও কৃষ্ণ ৰাম গোৱিন্দ॥ ১৩
কৃষ্ণ ৰাম গোপাল গোবিন্দ যদুমণি॥ ১৪
ৰাম কৃষ্ণ ৰাম গোৱিন্দ হৰি॥ ১৫
কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম জয় জয়॥ ১৬
গোপাল গোৱিন্দ ৰাম কৃষ্ণ গোপাল গোবিন্দ॥ ১৭


 * এখনি পুথিত (১৭৩৩ শক ৭ কাৰ্ত্তিক) এই নাম কেইজকি আছে।