পৃষ্ঠা:Kirtan Ghosha.pdf/৮৮৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ঘোষা ৯৫৮
৮৬৯
নাম-ছন্দ

নিৰঞ্জন নিৰঞ্জন নিৰঞ্জন নিৰঞ্জন নিৰঞ্জন নিৰঞ্জন হৰি
নিৰঞ্জন নিৰঞ্জন নিৰঞ্জন নিৰঞ্জন নিৰঞ্জন নিৰঞ্জন হৰি হৰি ৰাম
নিৰঞ্জন নিৰঞ্জন হৰি।৷ ১৫৪

গোপাল গোপাল  গোপাল গোপাল
 গোপাল গোপাল ৰাম।
গোপাল গোপাল  গোপাল গোপাল
 গোপাল গোপাল গোপাল ৰাম॥ ৯৫৫

ৰাম হৰি হৰি  ৰাম হৰি হৰি  ৰাম হৰি হৰি ৰাম।
ৰাম হৰি হৰি  ৰাম হৰি হৰি  ৰাম হৰি হৰি ৰাম॥ ৯৫৬

গোৱিন্দ ৰাম গোৱিন্দ ৰাম গোৱিন্দ ৰাম
গোৱিন্দ ৰাম গোৱিন্দ ৰাম গোৱিন্দ ৰাম হৰি।
গোৱিন্দ গোৱিন্দ  গোৱিন্দ গোৱিন্দ
গোৱিন্দ গোৱিন্দ  গোৱিন্দ গোৱিন্দ।
গোৱিন্দ গোৱিন্দ গোবিন্দ গোৱিন্দ ৰাম॥ ৯৫৭

মুকুন্দ মুৰাৰি  মুকুন্দ মুৰাৰি
মুকুন্দ মুৰাৰি  মুকুন্দ মূৰাৰি
মুকুন্দ মুৰাৰি হৰি ৰে হে।
হৰি হৰি হৰি  হৰি হৰি হৰি  হৰি ৰাম শ্ৰীৰাম।৷ ৯৫৮

৫৬