পৃষ্ঠা:Kirtan Ghosha.pdf/৮৮৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৬৪
[ঘোষা ৯০১
নামঘোষা

বনমালী গোৱিন্দ ৰাম কৃষ্ণ হৰি॥ ৯০১
জীৱেৰ জীৱন-ধন  মুকুন্দ মুৰাৰি নাৰায়ণ॥৯০২
ৰাম কৃষ্ণ হৰি অনন্ত মুৰাৰি এ হৰি নাৰায়ণ।
ভকতজনৰ দুখ-ভয়-হাৰী এ হৰি নাৰায়ণ॥ ৯০৩
নমো নাৰায়ণ    নমো নাৰায়ণ।
নিৰঞ্জন নিৰাকাৰ  নিৰ্ব্বিকাৰ নিৰাময়
 নৰোত্তম সম সনাতন॥ ৯০৪
ৰাম হৃষীকেশ   গোৱিন্দ হৃষীকেশ।৷ ৯০৫
গোৱিন্দ ৰাম গোবিন্দ ৰাম।
ৰাম কৃষ্ণ গোৱিন্দ ৰাম।৷ ৯০৬
এ ৰাম ৰাম কৃষ্ণ ৰাম নাৰায়ণ॥ ৯০৭
হৰি ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম।৷ ৯০৮
ৰাম কৃষ্ণ ৰাম ও ৰাম নাৰায়ণ॥ ১০৯
জয় ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ হৰি॥ ৯১০
ৰাম কৃষ্ণ ৰাম কৃষ্ণ শিৱ সনাতন।
তুমিসে গোৱিন্দ ভকতৰ মহাধন।৷ ৯১১
জয় হৰি ৰাম জয় ছিৰীৰাম।
পৰমমঙ্গল মাধৱৰ গুণ-নাম এ জয় হৰি ৰাম।৷ ৯১২


পা ৯০৩॥এ—ও
 ও—কৃষ্ণ ৰাম কৃষ্ণ৷
৯১২-১৩॥এ—(নাই)