পৃষ্ঠা:Kirtan Ghosha.pdf/৮৮০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ঘোষা ৮৬০
৮৬১
নাম-ছন্দ

ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম হৰি।
ৰাম কৃষ্ণ ৰাম
ৰাম কৃষ্ণ ৰাম ৰাম কৃষ্ণ ৰাম॥ ৮৭২
হৰি ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম৷
হৰি ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম।
পতিত-পাবন হৰি গুণে অনুপাম॥ ৮৭৩
মোৰ প্ৰভু নাৰায়ণ ৰাম কৃষ্ণ ৰাম।
ভকত-বৎসল প্ৰভু গুণে অনুপাম॥ ৮৭৪
ৰাম-কৃষ্ণ নাৰায়ণ হৰি ৰে হে।
প্ৰভু ৰে হে ৰাম ৰাম ৰাম॥ ৮৭৫
মুকুন্দ মাধৱ মুৰাৰি মধু-ৰিপু।
জগত-জীৱন ৰাম হৰি হৰি॥ ৮৭৬
জয়তি যদুপতি জগত-জীৱন।
যাদৱ মাধৱ ৰাম হৰি হৰি।
পৰমপুৰুষ ৰাম জয় জয়॥ ৮৭৭
ৰাম ৰাম কৃষ্ণ ৰাম ৰাম কৃষ্ণ।
ৰাম ৰাম কৃষ্ণ ৰাম হৰি হৰি॥ ৮৭৮
ৰাম ৰাম ৰাম ৰাঘৱ ৰঘুপতি
প্ৰণত-পালক দেৱ হৰি হৰি
প্ৰপন্ন-তাৰক দেৱ জয় জয়॥ ৮৭৯
হৰি তো হৰি হৰি  হৰি তো হৰি হৰি।
হৰি তো হৰি হৰি ৰাম জয় জয়॥ ৮৮০