পৃষ্ঠা:Kirtan Ghosha.pdf/৮৭৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৬০
[ঘোষা ৮৬৪
নাম-ঘোষা

নিত্য নিৰঞ্জন হৰি নিত্য নিৰঞ্জন
নিত্য নিৰঞ্জন নিত্য নিৰঞ্জন হৰি নিত্য নিৰঞ্জন॥ ৮৬৪
মুৰাৰি মধুৰিপু ৰাঘৱ এ ৰাম ৰঘুপতি ৰাম ৰাম ৰাম হৰি।
    ৰাম ৰাম ৰাম
ৰাম ৰাম ৰাম নাৰায়ণ জয় নাৰায়ণ॥ ৮৬৫
যাদৱ যদুপতি মাধৱ এ
ৰাম ৰাম কৃষ্ণ নাৰায়ণ হৰি নাৰায়ণ।
নাৰায়ণ হৰি নাৰায়ণ॥ ৮৬৬
ৰাম কৃষ্ণ গোৱিন্দ গোপীনাথ হৰি গোপীনাথ।
গোপীনাথ গোপীনাথ হৰি গোপীনাথ।৷ ৮৬৭
কৰুণা-সাগৰ মোৰ বান্ধৱ এ
ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম! ৮৬৮
ৰাম ৰাম ৰাম ৰাম গোৱিন্দ।
ৰাম ৰাম ৰাম হৰি  ৰাম ৰাম ৰাম ৰাম ৰাম॥ ৮৬৯
ৰাম কৃষ্ণ হৰি গোপাল গোৱিন্দ মুকুল হৰি মুৰাৰি।৷ ৮৭০
ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম।
ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম।
ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ নাম গোৱিন্দ জয় ৰাম॥ ৮৭১


প ৮৬৩-৮৬৩॥ (এটি ঘোষা কৰা হৈছে।)
৮৬৫।৷ ৰাম ৰাম ৰাম নাৰায়ণ-নাৰায়ণ নাৰায়ণ।