পৃষ্ঠা:Kirtan Ghosha.pdf/৮৪০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্রার্থনা এখl ব্ৰহ্মা আদি কৰি জীয় যত ৰাম ৰাম ৰাম ৰাম ৰাম মায়া-শয্যা মাজে আছয় ঘুমটি যাই। তুমিশে চৈতন্য সনাতন ৰাম ৰাম ৰাম ৰাম ৰাম আমি অচেতন নিয়ােক নাথ জগাই ॥ ৬৫৯. - দুই সুখে বহু অাশা কৰি ভৱ-কুপে জীৱ আছে পৰি কালসর্পে দংশি হইল চেতন তাৰ। মােক্ষ-ৰূপ ভযু বাক্যামৃত কৃপায়ে সিঞ্চিয় প্রতি নিত দয়াময় কৃষ্ণ কৰিয়াে তাক উদ্ধাৰ ৬৬ সৰােবৰ গ্ৰাহে ধৰি আছে গজেন্দ্রে পীড়াক পায়া পাছে আকাশে গৰুড়-কন্ধে চক্ৰ ধৰি হৰি। দেখি সুৱৰ্ণৰ পদ্ম ধৰি কেলে দুখে আৰ্তনাদ কৰি নমাে ভগৱন্তু গুৰু লৈয়াে দাস কৰি৷ ৬৬১. ৫৯। তুক” হ্মাদিতৃণপর্বং ভূতচতুৱিধং। চার্মিং বিশ্ব প্রলুপ্ত য মায়া। গড়পুৰাণ ২.২৩৮.৭ (ঞ্জি-নস্থা ৩৩.১৩ (কমলাবাৰীৰ পুথি) ৬। দং জনং সম্পতিতং বিলেহস্মিন কাহিনা খােদ্যৰে। সমুদ্ধৰৈলং কৃপয়াপৱৰ্গৱচোভিলাস্যি মহানুভৱঃ। ৬৬১। সোহাগৰৰলেন গৃহীত আতে দৃষ্ট। গনি হৰি থ উলা উৎক্ষিপ সাজকৰ গিৰমাহ কৃচ্ছ মারণাখিলণ্ডৰ ভগৱম্নমান্তে। -তাগৱত-পুv,৩৩২ পা | কৰি জীয় স্বজী নিয়ে।