পৃষ্ঠা:Kirtan Ghosha.pdf/৮৩৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নামবােৰা [ ঘোেষা, ৫৬ বসুদেৱ নিগতি হাসি সাক্ষাতে বিদিত ভৈলা আসি তুমিসি পুৰুষ-প্রকৃতিতে কৰি পৰ। সমস্তে জীৱৰ বুদ্ধি-সাখ কেৱ-অন-অনুভৱ স্বৰূপ সুখৰ সাগৰ দেৱ ঈশ্বৰ ৬৫৬ হে কৃষ্ণ যত জীৱ নিত্য তিনি তাপে হুয়া সস্তাপিত দুৰ্ঘোৰ সংসাৰতাপত পৰি আছয়। ত্যু পদ-শ্বেত-ছত্র-প্রায় অমৃত বৰিযে সর্বদায় আৰ ছায়া বিনে নেদেখাে আৰ আশ্রয়। ৬৫৭ বলি নিগতি যদুপতি ৰাম ৰাম ৰাম ৰাম ৰাম কিনাে কৃপা মােক কৰিলাহা নাৰায়ণ। দেৱৰৰ দুর্লভ আতিশয় ৰাম ৰাম ৰাম ৰাম ৰাম: গৃহতে থাকিয়া দেখিলাে অযু চৰণ। ৬৫৮ ৬৫৬। দেৱ উৱাচ। ৱিদিতেসি হুৱা সাক্ষাৎ পুরুষ প্রকৃত পৰ। কেৱলাভৱানন্দরূপঃ সবুদ্ধি। -ভাগৱত পুৰাণ ১৩, ১৩ ৬৫। তাপশােহিত খােনে সস্তাপশাল ব্রাধণীশ। পর্ষি নাৎ শৰণৰ গুৱাদ্রিাতপত্রাতিভিৱাৎ। ৬৫৮ নং হে হি ভগৱশেমপি সুলভ। এক কিহাে লাগা মন্ত গৃহে প্রস।