পৃষ্ঠা:Kirtan Ghosha.pdf/৮৩৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

U ঘােষ ৬৫৫] নাম-মহিমা নাম-শফি, হৰিকীৰ্ত্তনৰ তাপ লাগি পলায় পাপ দশশ দিশে ভাগি হেৰা পাইলে বুলি ভয়ত ভিড়ি পড়ে। ব্ৰহ্মাণ্ড ভিতৰে নপাই ঠাই আউৰ ব্ৰহ্মাণ্ডক পলাই যায় নামে খেদি নেন্তে ব্রহ্মাণ্ডোপৰি বাগৰে৷ ৬৫২ পাছে পাছে হৰি-নামে খেদে একো ব্রহ্মাণ্ডত থান নেকে মহা মহা পাতেকৰ গৰু লৈ দূৰ। এৱে কৈক যাইবাে বুলি ডৰি কাম্পে সৱে পাপ ততৰি হৰিনামে পাই দহি কৰিলেক চুৰ ॥ ৬৫৩ নামে পুৰুষক শুদ্ধ কৰি ৰৈল নাম তাতে ভৰি-পূৰি ধৰ্ম্মময় তনু ভৈ গৈল হৰি-ভকত। হৰিৰ কৰুণা ভৈলা তাক উচ্চ কৰি দিয়া হৰি-ডাক পৰম সন্তোষে নাচে আতি আনন্দত ॥ ৬৫৪ দ্ধে বা অদ্ধে এক নাম, বােলে বা শুনে বা মনে স্মৰে অপৰাধ-হীন পুৰুষক সঙ্গে তাৰে। দেহ-ধন-জন-অর্থলােভে পাষণ্ড বুদ্ধিয়ে যিটে লৱে সেহি হৰিনামে অবিতে শীঘ্ৰে নপাৰে। ৬৫৫ ৬৫৫। নাকৈ যস্য জিং অবশপথ শ্রোত্ৰমুলং গতং ৱা শুদ্ধং শুঙ্কং ৱিহিতৰহি ৰয়তোৱ সন্তাম্। হচ্চেহেৱিশৱলিতাতপাবমধ্যে নিক্ষিপ্ত স্যান্ন নং মেৱত্ৰ ৱি । -পদ্ম-পুৰাণ, অখণ্ড ৪৮.৫৬ ব্যৱহিত হিতং নামাপাথৰহিতংক্তি-ঙ্গাক.১ : পাঠান্তর : মিং-চি । ৱৰিাজনতা ।