পৃষ্ঠা:Kirtan Ghosha.pdf/৮৩৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

bos নাম-ধােবা ঘােষা ৪৮ হৰিৰ গুণৰ দেখা বল সভিলেক যিটো মােক্ষ-ফল তাহাৰসৱৰ চিক আনয় টানি। এতেকে নিপুণ যিটোজন কৃষ্ণৰ চৰণে দিয়া মন হৰিৰ গুণক নছাড়িবা সাৰ জানি। ৬৪৮ শুক নিগতি পৰীক্ষিত যদি আমি নিশত থিত তথাপি উত্তম-শ্লোকৰ মহিমা-গুণে। কৰিলেক মােক বশ চিত ভাগৱত-গ্রন্থ বিপৰীত পৰম আনন্দে পঢ়িলো আমি আপুনে। ৬৪৯ তােমাত কহিবাে সেহি শাস্ত্র তুমি আক শুনিবাৰ পাত্র মহাপুৰুষৰ সেৱক তুমি সম্প্রতি। ই শাস্ত্ৰত শ্রদ্ধা- মাকত মুকুন্দৰ পাদপঙ্কজ আতি শীঘ্ৰে তাৰ হুইবে জানা সতী মতি। ৬৫০ সৃষ্টি-স্থিতি-প্রলয়ৰ হেতু অনন্ত বিচিত্র কৰ্ম্ম হৰি কৰা যিটো তাক গাৱে, শুনে প্রশংসয় । অপৱৰ্গদাতা ভগৱম্ভ তাহান চণপঙ্কত তিনিৰ নিছয় উত্তম ভক্তি হােৱয় ॥ ৬৫১ ৬৪। পৰিমিষ্টিতােহপি নৈপুণ্যে উত্তমশ্লোকলীরা। গহীচে জর্ষে আখ্যানং যদধীত। গৱত-পু ২,৯৯ ৬৫• অহং হেভিখামি মহাপৌষিকে৷ গুৱা। যন্ত শ্ৰধামা কুন্দে মতিঃ সঙ্গী। ৫১। যমীহ ৱিৱিয়ােক্তিহতুকমাণ্যৱিচিত্রাণি হৰিকাৰ। যন্ত গায়তি শৃণোত্য নােদতে ভক্তিৱেগৱতি পৱৰ্শমা।