পৃষ্ঠা:Kirtan Ghosha.pdf/৮৩৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ঘােষ ৬৪৭] মহিমা > আকেসে আশ্চর্য্য বুলি ধৰি যাৰ নাম একবাৰ স্মৰি চাঙালাে সম্প্রতি সংসাৰ-বন্ধ এড়ায়। ৬৪৪ কৃষক বােলন্তু ধনঞ্জয় তােহ্মাৰ কীৰ্ত্তনে কৃপাময় আতি অনুৰাগে জগতে কৰে হৰিষ। তােহ্মাৰ কীৰ্ত্তন-অগনিৰ শিখায়ে দগধ হুয়া আতি ক্ষপ পিশাচ পলাই যায় দশশা দিশ ৬৪৫ ভক্তিৰােৰৰে কৃষ্ণ-পদ পঙ্কজ পড়ি নিৰন্তৰে পৰম আনন্দে ভকত-ভ্ৰমৰা-কে। কৃষ্ণ-যশ-স-মধু-পানে মত্ত হুয়া আতি সাৱধানে বাম-নামৰাজহংস-বাৰ শুনি থাকে। ৬৪৬ ঐকান্তিক মহামুনি যত নিৱৰ্ত্তিয়া বিধি-নিষেধ নিগুণ ভাৱত খিতি হুয়া নিৰন্তৰে। জানি পুৰুষাৰ্থ সাৰ-তত্ত্ব কৃষ্ণ-কথামৃত-সাগৰত কথনেমথনে সয়ে ৰমণ কৰে ॥ ৬৪৭ VAC ৬৪৪। সৈৱংবিধঃ পুৰুকাৰ উৰুক্রম পুংসাং তন্দ্রিলা জিষণা। চিত্রং ৱিদুখৱিগতঃ সাঙ্গীত বস্লামখেয়মধুনা জাতি বন্ধ। —ভাগৱত পুৰাণ, ১.৩৫ স্থানে স্থাকেশ গুৱ প্রীতা জগৎ প্রবাহে ! বাংসি জীহাৰি দিলাে মুক্তি সৱে নস্থতি সিস। —অৱগীতা ১৯৩৬ ৬৪৭। প্রান্সে মুনয়ে ৰাজত্তিা বিধিতে। নান্তে গুনুকালে হবে। ভগৱপুৰাণ ২,১৭