পৃষ্ঠা:Kirtan Ghosha.pdf/৮৩১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১২ নাম-কােষ { ঘােষ ২৯ যত উগ্র তপ জ্ঞান গুণ যাগ যােগ যজ্ঞ দান পুণ্য কিবা প্রয়ােজন সাধিবেক সম্বৰ। কৃষ্ণ জগতৰ আত্মা নিজ মােক্ষসুখ-প্রদ দেৱ ইষ্ট তাহান চৰণে ভকতি নাহিকে যাৰ ৷৷ ৬২৯ শিশু বিষয়-আশ আগ যুঁৱা সেৱা কৰে পায়া লাগ বৃদ্ধে ভােগ কৰি পিঠি দিলে বিষয়ক। হৰি-ভকতিক পৰিহৰি বৃদ্ধে বিষয়ক টেৰ কৰি পুনু পালটিয়া নিৰেখি আছে কিসক ॥ ৬৩০ বালকে কৰােক বহুমানি যুৱায়ে সেভােক পাৰেমান বৃদ্ধে বিষয়ৰ বহির্ভূত হুয়া গৈল। ভােগ কৰিবাক নপিৰয় তথাপিতাে আশা নয়। হৰি হৰি হৰি কিনাে বিপৰীত ভৈল। ৬৩১ ৬২৯ কিঃ ব্রি চাঞ্চলৈ তেষাং মতৈক দানৈক কপােতিন্ত্রেঃ। যেং ন ভক্তিৰ্ভৱতীহ কৃষ্ণে জগৰৌ মােক্ষরুখদে চ ৷৷ অগ্রে কচিদন্তি কিঞ্চিাভিতঃ কোপি পৃষ্ঠে কৃতজ্ঞ। সংসাৰশিশুৱযৌৱনজৰাৰাৱায় । ৬৩১। বাস্তুচ্ছ মত্যাং বয়সি এভো যুৱা সেৱতাং। বৃদ্ধস্তম্বিয়াহিকৃত ইৰ স্বাৱত্য কি পতি। পা ২৯। অক্সানি-- ইষ্ট। মােৰুপদ দেয় ই- মােজদ দেৱ গুৰু বিষ্ট।