পৃষ্ঠা:Kirtan Ghosha.pdf/৮৩০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

থােৰা ২৮ নিন্দা ৮১১ হেনয় শঙ্কৰ গুৰু বিনে কমন কাৰণে আন জমে লােকৰ মাজত আপুনি গুৰু বােলাৱে । ৬২৫ বিষ্ণুৰ সহস্রনাম সদা আন্তো জিহ্বায়ে তাক এড়ি সদায় বিৰােধবচন মাত্র টয়। বুদ্ধি বিষ্ণু-তত্ত্ব পৰিহৰি অসন্ত বস্তুত ৰতি কৰি যেন বেশ্যা জাৰ-পতিত মাত্র ৰময় । ৬২৬ সমস্তৰে আদি নৰ উদ্যম কোটিয়াে পায় পু কোনাে ভাগ্যোদয়ে পায় নাৱ দৃঢ় আতি। গুৰু ভৈলা তাত কর্ণধাৰ কৃষ্ণে ভৈলা অনুকূল বায়ু তথাপি সংসাৰ নতৰয় আত্মঘাতী ॥ ৬২৭ মাধৱে বােলন্ত শ্রুতি স্মৃতি মােৰ আজ্ঞা-বাণী জামা নিষ্ঠি যিটোজনে আকে উলম্বিয়া প্ৰৱৰ্ত্তয়। ভৈল সিটো মােৰ আজ্ঞা-ছেদী মােক দ্বেষ কৰিলেক আতি মােৰ ভক্ত হতো বৈষ্ণৱ সিটো নােহয় ৷৷ ৬২৮ ৬২৬। তিষ্ঠতি ৱিকোনাসসহল জিহা শটতি মিশ্র। প্রায়ো বুন্ধিৰসদাসক্তা কুলটা জাপভাৱৰা। ২। নৃহেমাঙ্কং সুলভং লজ প্লৱৎ প্রকল্পং গুরুকর্ণধা। মাসুকূলেন সততৰিত পুমা ভৱাৰূিঃ ন তৰেৎ স আত্মা। গৱত-পুৰাণ ১১২১৭ ৬২৮ তিতী মমৈৱাঙ্কে যক্ষ্য প্রৱঙতে। জান্নাতে মম যেখী মক্কোহলি ন ৱৈকন্তু। বৃহমন-পুৰাণ ২৮। হন্তা-হেডে।