পৃষ্ঠা:Kirtan Ghosha.pdf/৮২৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নাঘোখা [ ঘোমা ২ পূৰ্ণ শশী পূৰ্ণ দু-সিন্ধু সিমত প্ৰকাশ নকৰয় কমনীয় লক্ষ্মী বদনো সিমত নয়। ঈশ্বৰ কৃষ্ণৰ পাদ-পদ্ম ভজি স্পৃহাহীন ভৈলা সিটো সিটো মনগোটে যিমতে শোভা কয় ৬২২ মুকুন্দৰ নাম-গুণ কীৰ্তন প্ৰকাশে যি দিশত সি দিশক প্ৰতি নমস্কাৰ যিটো কৰে। চিদানন্দঘন স্বৰূপত ঈশ্বৰ কৃষ্ণত নিত্যাগত পৰম আনন্দ কুৰে সিটো সাধু নৰে॥ ৬২৩ হৰি-ভক্তি ৰাজ-মাৰ্গে গুৰু পদ-নখ-চন্দ্ৰ-প্ৰকাশিত শ্ৰুতি-জননীৰ পদ-পন্থ অনুসৰি। ফুৰো হুয়া আমি আনন্দিত ঋলন নাহিকে কদাচিত মহাজনসৱো জানিবা মিছয় কৰি। ৬২৪ নিন্দা শ্ৰীমন্ত শঙ্কৰে প্ৰকাশিলা গগাৱিন্দৰ গুণ-নামযশ জগতৰ বোফে পৰম আনন্দে গাৱে। ২২। ন তথা জাতি পূৰ্ণেন্দু পুৰ্ণো দুজসাগৰ। ন লক্ষ্মীৱনং কান্তং স্পৃহাহীনং যথা মন। ২৩। কীন মুকুল যস্যালিশি ৱিঙ্গতে। না তাং দিশমানঘন মতি মানৱ। স্বপ্নপুণ ৬২৪। হৰিক্তিমাৰ্গে গুৰুপনখচন্দ্ৰিকাখেতে। কনিনীপদপদ্ধভিমনুসৰতাং ন কুতঃ আলম।