পৃষ্ঠা:Kirtan Ghosha.pdf/৮২৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

vog নাম-ধাধা { থােষ ৬৪ হৰিক সততে মৰা প্রজা সমস্তে পুণ্যৰ ইসে বাজা হৰিক স্মৰণে সিজয় পুণ্য কিঙ্ক। পাসৰিবাহা কদাচিত শুনা কথা ইটো বিপৰীত হৰি পাৰিলে সিজে পাপ নিৰস্তৰ ৬০৪ শুনিয়াে পার্বতী তুমি এৱে ৰাম ৰাম ৰাম বেলা যেতে তােমাৰ বদন হৈবে শ্রেষ্ঠ অমূল্য। ৰাম ৰাম ৰাম ৰাম বুলি ৰামতে ৰমােহহ সর্বক্ষণে জানা ৰাম-নাম সহস্র নামৰ তুল্য । ৬০৫ বেদাগম আদি কৰি যত বিস্তৰ শাস্ত্ৰত নাহি কাজ বিস্তৰ তীৰ্থত নাহি কিছু প্রয়ােজন। সংসাৰ তৰিতে খােজা যেৱে আপুন মােক্ষৰ হেতু তেৱে গগাৱিন্দ গােৱিন্দ বেকতে বােলা বচন। ৬০৬ ৬। অৱ সততং বিষ্ণুর্বিক্ষতৱো ন জাতুলি। সন্ত বিধিনিষেধাঃ ৰেতােৰৱ কিনা। পখ-পুৰাণ, উত্তৰখণ্ড, ৭ অ? (ভক্তি-ৰত্নাকৰ ৭,২৮), তুক অজামিলােপাখ্যান ৩৪ ৬৫। মা মেতি ৰামতি ৰমে ৰামে মনােমে। সহস্রনাম ল্য কামনামে পি। —প-পুৰাণ, উত্তখণ্ড, ১ অ ? ৬। বিং তাত গেমস্থৱিস্তৰৈীর্থৈনেকৈপি কি এখােন। রালাে বাসি মেকাৰণং গােৱিন্দ্ৰ গােৱিন্দ ইতি ফুট বট। তুক জামিলেপাখান ৩৬ শা। পূণার্ম