পৃষ্ঠা:Kirtan Ghosha.pdf/৮০৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নামােবা [ ঘােখা ৪৭ হৰিপদে ভজ মন হৰি-পদে ভক্ত। থােৰ আশা-নদী মাজে মিছাতে নমজ। ৪৭৩ বাম-নাম লৈয়াে মন তেজা আশা আন। ভকতৰ সঙ্গে পাতা নামৰ দেৱান 898 ভজ মন কপট তেজিয়া হৰি-পাৱে। সৰ্বসাক্ষী হৰিত কপট মুযুৱাৱে ॥ ৪৭৫ গােপাল গােৱিন্দ ৰাম বােল পাপী মন। অন্যায় নকৰ লগে সাক্ষী চৈধ্য জন ॥ ৪৬৭ ৰাম কৃষ্ণ হৰি ৰাম বুলিয়াে যতনে । ব্ৰহ্মাৰ দুৰ্লভ নাম তাৰে হেলা কেনে ॥ ৪৭৭ বােল ৰাম কৃষ্ণ হৰি পৰম আনন্দে। মুকুতি তেজিয়া জপে সনক সমন্দে ॥ ৪৭৮ ৰাম বুলি তৰে মহা মহা অন্ত্য জাতি। যিটো নাম নলবে হীনতে হীন আতি ॥ ৪৭৯ ৰাম কৃষ্ণ বুলিয়া সংসাৰ সুখে তৰে। ৰাম কৃষ্ণ বুলি জনম বুটা কৰে। ৪৮০ পা ৭৪ | জেপি-দেন। ১৮ | আনন্দ-যতনে। ৯। সিলা-উপদেশ।