পৃষ্ঠা:Kirtan Ghosha.pdf/৮০১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

HR না-ঘােষা [খােবা ৪৩৫ হৰি-গুণ গাৱন্তে কিঞ্চিত নাহি দুখ। গুচে ভয় মিলয় পৰমানন্দ-সুখ ॥ ৪৩৫ হৰিকীৰ্ত্তনত যাৰ মিলিল সন্তোষ। স-সুখ-ভাগী হােৱে হৰে কলি-দোষ # ৪৩৬ লৈয়াে হৰি-নাম ভাই তেজিয়া আলাস। মিলিবে মঙ্গল গুচিবেক ভৱ-পাশ ॥ ৪৩৭ যিটোজনে ফুৰে সদা হৰি-গুণ গায়া। হৰিৰ কৃপাত সিটো সুখে তৰে মায়া # ৪৩৮ ৰাম-নাম লৈয়াে ভাই আলাস নকৰ। নিকট চাপিয়া আছে যমেৰ কিন্তু। ৪৩৯ কৃষ্ণ-কথা গাৱে শুনে যিটো শ্রদ্ধা কৰি। অল্পকালে হিয়াত প্ৰৱেশ হােন্ত হৰি। ৪৪• অপাৰ আনন্দৰস ৰাম-কৃষ্ণ বাণী। ৰাম-কৃষ্ণ-নাম নছাৰিবা মুখে জানি। ৪৪১ জপ ৰাম-নাম ভাই ভাৱকসকল। ৰামনাম বিনে নাই পৰমমঙ্গল ॥ ৪৪২ ভাবিয়াে ভাৱক ভাই ৰাম-নাম সাৰ। নিগমে নকহে ৰামনাম বিনে আৰ ॥ ৪৪৩ ৪৪। পৃত শ্রদ্ধা নিতাং পূণতন্য চেষ্টিত। কালেনতিদীর্ষেন গুগৱা যিশতে দি। ° 0 1 -নাম।