পৃষ্ঠা:Kirtan Ghosha.pdf/৭৯৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নামোবা [ ঘোযা ৪৪ পৰম কৃপালু খ্ৰীমন্ত শঙ্কৰ লোকক কবিয়া দায়। হৰিৰ নিৰ্ম্মল ভকতি প্ৰকাশে কৰিলা শাক চায়॥ ৪০৪ পদ। ঘেষা॥ ঈশ্বৰ-নিৰ্ণয় প্ৰকৃতি পুৰুষ দুইৰ নিয়ন্তা মাধৱ। সমস্তুৰে আত্মা হৰি পৰম বান্ধৱ॥ ৪০৫ হে কৃষ্ণ তযু পাৱে পশিলো শৰণ। মই অনাথৰ নাথ তুমি নাৰায়ণ॥ ৪০৬ নাৰায়ণ হৰি ৰাম গোপাল গোৱিন্দ। ভজোহো তোহ্মাৰ দুই পদ-অৰবিন্দ। ৪০৭

  • # এৰ পৰে দেৱঃ প্ৰধানপুষেখ।

আত্মা সমমাং সাং পৰা পা ৪৩-৪৪। - না)। ৪৭। নাই)।