পৃষ্ঠা:Kirtan Ghosha.pdf/৭৯১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নামােবা [ ৮০ সত্যাদিৰ লােকে কলিত জনম বাঞ্ছা কৰে নিৰন্তৰ । হবিগুণ গায়া নিশ্চয়ে কলিত হৈব নাৰায়ণ-পৰ ॥ ৩৮০ ধোৰ কলিযুগে পাইলে সব ধর্ম বর্জিত ভৈল নিশ্চয়। নাৰায়ণ-পৰ ভৈলে কৃতকৃত্য হােয় নাহি সংশয় ॥ ৩৮১ হৰি-গুণ-নাম- কীৰ্ত্তনে কলিৰ কল্মষ কবে বিনাশ। অনায়াসে ঘােৰ সংসাৰ তৰিয়া পায় কৃষ্ণৰ পাশ। ৩৮২ ৩৮। কৃদিধু প্ৰজা ৰাজ কলৱিক্তি সঞ্চয়। কলো পু ভৱিন্তি নাৰায়ণপণাঃ। —ভাগৱত-পুৰাণ ১১.২৫ কৰিাক ২১৭) ৩৮১। যোৰে কলিযুগে প্রাপ্ত সরু ধমৱিৱৰ্জিতা। নাৰায়ণপৰা মাঝে কৃতার্থ ন সংশয়। —তু * বৃহন্নাৰদীয় পুৰাণ, ৩১২৯ ৩২ নং হবেঃ কীৰ্তনতঃ প্রবাতি সংসাৰপাং দুৰিতৌধযুক্ত। সস সত্যং কলিকােপাপং শিকাণ্ড কিমত্র চিত্র। শােৰে কলিযুগে প্রাপ্ত হৰিনাৰপৰায়ণ। সমকা পাপনিমুক্তা আত্তি পৰমাং গতি। --বাৰদীপুণ, ৮.১৯