পৃষ্ঠা:Kirtan Ghosha.pdf/৭৭৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নাম-ঘােষা [ ঘােৰা ৩১৮ অনাদি অনন্ত অচিন্ত্য ঈশ্বৰ তুমিসে নিত্য নির্মল। গুচায়ে কুমতি, ভজোহহ কেৱলে তোহ্মাৰ পদ-কমল। ৩১৮

হে ভগৱন্তু ভজোহা তােহ্মাৰ অভয় পদ-কমলে। মঞি-অনাথক ৰাখিয়ে ঈশ্বৰ অৰুণ-চরণ-তলে । ৩১৯ হে কৃষ্ণ কৃপা- ময় প্রভু মােক কৰা কৃপা এহিমান। তােহ্মাৰ চৰণে হােক আশ্বৰ সদায় নিল জ্ঞান ৩২০ জয় জগবন্ধু জগত-কাৰ নাৰায়ণ নিৰাকাৰ। কেৱলে তােহ্মাৰ চণ-পজে বহােক ৰতি আহ্মাৰ ॥ ৩২১ দীন দয়াশীল দেৱ দামােদৰ দীনক মেৰিয়াে মােক। হেন, কৃপা কৰা ত্যু পাৱে মােৰ সহজে ৰতি মিলােক। ৩২২ পা ৩২ কৃপাময় প্রভু লােক-কৃষ্ণ মঞি অনধিক।