পৃষ্ঠা:Kirtan Ghosha.pdf/৭৭০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

থোৰা ২৯১] আনন্দ-সমুদ্ৰ হৰি-কীৰ্ত্তনে যিটোজনে নেদে চিত্ত। সিটো মুঢ়মতি হৰিৰ দুৰ্লভ প্ৰসাদে ভৈল বঞ্চিত | ২৮৭ মুকুতসকলো হৰি কীৰ্ত্তনে কন্তু সদায় বতি। হেন কীৰ্ত্তনত যিটো চিত্ত নেদে যাইবে সিটো অধোগতি॥ ২৮৮ কলিত জনম শতিয়া হৰিৰ নামত নকৰে ৰতি। সিটো মূঢ়মতি আন কেনমতে সাধিবে আপুন গতি। ২৮৯ শবভ্ৰম পাৰ ভৈল যিটো কৃষ্ণত ভকতি নাই। তাৰ শাস্ত্ৰ-শ্ৰম এমে মাত্ৰ ফল যেন ৰাখে বাজী গাই। ২৯০ বাজা-প্ৰজা জানি- লেক ভক্তি-পন্থ শৰৰ মত শুদ্ধ। সিটো মত লাড়ি আন আলম পৰম সিটো মুগুধ ২৯১ ২৯। ব্ৰিণি নিতে ন নিয়াতেংগৰে যদি। এশশু শ্ৰম বেশি ক্ষত। ২াশ।