পৃষ্ঠা:Kirtan Ghosha.pdf/৭৬৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

10. নামঘোষা (ঘােৰা মুকুতি-সুখকো তেজি মহাজনে সদা বামনাম ধৰে। হেন হৰি-নাম অখক তেজিয়া কুমতি মনুষ্য মৰে। ২৮২ মুকুতি-সুখক তেজি মহাজনে বাম-নামে কৰে আশা। হেন হৰিনাম নলৈয়া কেমনে মৰে মলমতি নাশ । ২৮৩ মুখ ভৰি ভৰি বােলা ৰাম হৰি অক্ষয় পুণ্যক সাঞ্চা। ৰাম নাভাবিয়া আন আচৰিয়া কেনে আপুনাক বঞ্চ। ২৮৪ হৰি-কীৰ্ত্তনৰ সময়ে যিজনে থাকে আন কথা পাতি। অন্তকালে নিয়া কৰে তাক উগ্র শাস্তি ২৮৫ বেদৰ ৰহস্য হৰিৰ কীৰ্ত্তন মুশুনিলে সাৱধানে। যমৰ কিঙ্কৰে তপত শলাক বাহাৱে তাহাৰ কণে। ১৮৬ যমদুতে ধৰি ২। সুখৰু••মৰে।--মলৈ কেমনে । মলমতি নৰ ৰে। ২৮। বাহারে-বাহিবে।