পৃষ্ঠা:Kirtan Ghosha.pdf/৭৪০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২১ দেখা :৫৭) নাৰ অশ্বত্ব অনন্ত-চৈতন্য আত্মা সদানন্দ ঈশ্বৰত যোগীজনে সদায় ৰময়। এহি হেতু ৰাম পদে পৰম-স্বৰূপক কহে ৰামনামৰ অন্বয়॥ ১৫৪ দুড়ি স্মৰণ মাত্ৰকে যিহেতু দুৰ্ঘোৰ সংসাৰু দুখ হন্ত। এহি হেতুতেসে ঈশ্বৰক হৰি খোলয় যত মহ। ১৫৫ আত্ম-ৰূপে জানা ইটো জগতত আছম্ভ হুয়া প্ৰৱেশ। এহি হেতুতেসে ঈশ্বৰক বিষ্ণু বুলিয় নাম বিশেষ। ১৫৬ ইন্দ্ৰিয়-বৰ্গত যিহেতু ঈশ্বৰ আহুম্ভ হুয়া প্ৰৱেশ। এতেকে মহত্ত- সকলে বোলয় ঈশ্বৰক হৃষীকেশ। ১৫৭ মত্তে যোগিনোল নিত্যানলে চিদাবি। তেল বামপজেলাসৌ পৰব্ৰহ্মাভিধীয়তে। ১৫। সংসাৰদোষে হতি স্মৃতিমাত অতো ৱৈ বিভিনিত্যং ৰীতি পৰিীৰ্তিতঃ। ১৫৬। বলিশিং স ত শক্ত্যা মহান। নামেৰোচ্যতে ৱিৰি পথাগোঃ প্ৰৱেশং। পা ১৫। শক্তি। 3