পৃষ্ঠা:Kirtan Ghosha.pdf/৭৩৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

9 নাম-ধাধা [ বোবা ১০০ নামৰ য় কৃষ, হেন শব্দ ইটো পৃথিৱী-বাচক ভৈল ণ আনন্দত প্ৰৱৰ্তয়। দুইৰৰ এক পদ ভৈলে পৰমব্ৰহ্মৰূপ কৃষ্ণ নাম-আনলক মাত্ৰ কয় || ১৪০ ঈশ্বৰৰ পদ-সেৱা কন্তে জীৱৰ যত কৃশতা গুচয় নিৰন্তৰ। এহি হেতুতেসে জানা ঈশ্বৰক বুলি কৃষ্ণ প্ৰসিদ্ধ আনয় মনোহৰ॥ ১৪১ নিৰন্তৰে নিজানন্দ- মুখ-পৰিপূৰ্ণৰূপ অখণ্ড আনন্দ মুগুচয়। এতেকেসে সদানন্দ নিত্যানন্দ নামে ইটো ঈশ্বৰকে বুলিয় নিশ্চয়। ১৪২ বিষ্ণু মহেশ্বৰ হৰি প্ৰতি প্ৰতি তিনিৰৰ অন্বয়। ব পদে নাৰায়ণে তিনিকো আছয় চান্দি এহি হেতু কেশৱ বোলয়॥ ১৪৩ ১৪। কৃষিৱাচকঃ শব্দে শত নিভিৱাক। মোযাং পহ্ম কৃষ্ণ ইত্যভিধীয়তে। ( শুকদেৱ, সিন্ধায়ুপ্ৰদীপটীকা, ১০,৭৩৫) ১৩। যে ব্ৰহ্ম ঈশ: কষ্টে আনি স্বৰূপে প্ৰসতি প্ৰলয়কালে উপাধি ৰূপমুতিয়ং মুক্ত। একমাত্ৰপৰমায় স্বৰূপেশাৱতিষ্টতে।

  • ১৪৩। অস্ব-জায়। বিষ্ণু মহেশ্বৰ হৰি-ব্ৰহ্ম বিষ্ণু মহেশ্বৰ।

.