পৃষ্ঠা:Kirtan Ghosha.pdf/৭৩৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৫ যে ১৩ ] বর্ণাশ্রম চিৰকালে মহাতীর্থ কৰিয়া, পৱিত্র হুয়া তাকে কদাচিতে তুল্য এই ৫ ১২৬ জগত-আশ্রয় কৃষ্ণ তাহান অব্যয় স্থান তা প্রতি যেৱে আছে মন । ভগৱন্ত ঈশ্বৰৰ চণ-পঙ্কজে সদা দুয়াে ভেৱে একান্ত-শৰণ | ১২৭ ভজ ভাই মাধৱক স্মৰ ভাই মাধৱক গাৱ ভাই মাধৱৰ গুণ। নিচিন্ত আপুন মাৰ সুখে আপুনাৰু তাৰ হুয়াে ভাই পৰম নিপুণ ॥ ১২৮ পৰম নিৰ্ম্মল ধৰ্ম হৰি-নাম-কীৰ্ত্তন সমস্তে প্রাণীৰ অধিকাৰ। এতেকেসে হৰি-নাম সমস্তে ধৰ্ম্মৰ বাজা এহি সাব শাস্ত্ৰৰ বিচাৰ। ১২৯ বর্ণাশ্রম বর্ণাশ্রম-ধর্ম যত যাৰ যেন বিহি আছে তাৰেসে কেৱলে অধিকাৰ। হৰি-নাম-কীৰ্ত্তনত নাহিকে নিয়ম একো এতেকেসে ধৰ্ম্ম মাঝে সাৰ ৷৷ ১৩০ ১২৬। ৰাম ৰামেতি ৰামমতি যৎ রূক্তে ব্ৰত্য। ন অঙ্গ তুল্যতাং বাতি চিৰতীখাট মহৎ। ১২৭। দীচ্ছসি জগক্ষামধামাৱামমমং। ভগৱতাপূজাক্ষে ৮ সসৈকলাে তত্ত্ব।