পৃষ্ঠা:Kirtan Ghosha.pdf/৭০৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নাম-দােহা [গ ২৯ বিষয়-সম্বন্ধ-সুখ সমস্তে যােনিতে পায় হৰি-সেৱা একো থানে নাই। হৰিৰ সেৱাৰ যােগ্য জানি ফুৰা হৰি-গুণ গাই ॥ ২৯ মৃত্যুৰ মুখত পৰি আছে যিটো সিটো নৰে হৰি-গুণ-কীৰ্ত্তন নকৰে। মৃত্যু তৰিবাৰ জানা নাহিকে উপায় আন হৰি-নাম-কীৰ্ত্তনত পৰে। ৩০ মৃত্যু তৰিবাৰ যত আছয় উপায় আন বিঘিনি-দুষিত নিৰন্তৰে। বিধিনিহিত যত মাধৱৰ গুণ-কর্ম কীৰ্ত্তন কন্তে সুখে তৰে । ৩১ সু-মতি মনুষ্যৰ হৰি-কীৰ্তনত পৰ নাহিকে ৰহস্য-বিত্ত আৰ। আন আশা পৰিহৰি মাধৱক মনে ধৰি হৰিৰ কীৰ্তন কৰা সাৰ। ৩২ ২৯। যেহেপি ভােগাদিসম্পাদন শ্য। - জনার্থং তত্ৰৈৰ শতিতৱামিত্যাহ। ৩। মৃত্যোথে সম্পতিতে মনুষ্যো লীলাং হয়েতি নাে কথৰ ৱৈ। নক্সপায়ােহন্যতৰ প্ৰতু মৃত্যু হৰে কীৰ্তনৰৰেণ।. ৩১। সন্তুপায় অহৱঃ সৱে তে বিদুষিতঃ কেৱল ৱিগৰহিতং #হৰোমকীর্তন। ৩২। ওৱিং হর্নোম কুৰুদ্ধে চাপ অন্য ভজ কৃষ্ণ কীণ্ঠনং কু প্রকৃতঃ। ( তোষজ্ঞশােং পৰিত্যজ্য কুৰু হৰিসংকীর্তন।