পৃষ্ঠা:Kirtan Ghosha.pdf/৭০৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ঘোষা ২৮] উপদেশ হৰিক নভজি নৰে আপুনি হোৱয় নষ্ট হৰি ভজি আপুনাক তাৰে॥ ২৬ দুল্লভ মনুষ্য-তনু লভিয়া পশুৰ যোগ্য বিষয়ৰ আশা পৰিহৰা। সন্তৰ সঙ্গত বসি সুখে হৰি-গুণ গায় সন্তোষ-অমৃত পান কৰা। ২৭ হৰি-নাম-কীৰ্ত্তনত নাহি কাল দেশ পাত্ৰ নিয়ম সংযম একো বিধি। হৰিত শৰণ লৈয়া কেৱলে হৰিৰ নাম কীৰ্ত্তন কৰন্তে হোৱে সিদ্ধি। ২৮ ২৮ ২৬। প্ৰাৱৈ নো বন্ধুৰাব্বৈৰ ৰিপুৰাত্মনঃ। হস্তি ক্ষতি চৈৱাত্মা হসৎসাধুসমাগমে। তুষ্ণ আৱৈ হাত্মাননা বন্ধুৰাক্ষ্মৈৰ ৰিপুৰাত্মনঃ। —ভগৱদগীতা, ৬.৫ ২। লন্ধু। সুসুলভমিদং বহুসন্তান্তে মাসুখমৰ্থমনিসুখ ৱিহাঙ্গ। গান গুণ সুৰৰিপোৰ কিল সাধুসঙ্গে সন্তোষসীধুমধুনা পিৰ সাদশে। ন কালনিয়মঃ কশ্চিম দেশনিয়ম। নাশোচাদো নিভিঃ স্যাৎ প্ৰীহৰেন্নি লুব্ধক। তু ন দেশনিয়মে নৈৰ নিয়মঃ কালসংখ্যয়ে। নোলষ্টাদে নিবেবোহষ্টি হবেনামানি সুব্ধক। --বিষ্ণুৰহস্য (ভক্তি-ৱিৱেক, ৩৩) ন দেশকালনিয়মোন শৌচাশোচনিয়। পৰং সংকীৰ্তনাদেৱ ৰামনামেতি পুচ্যতে। —পুৰাণ (ভক্তিৱিৱেক, ৩৩৩} পা ২৭ সকাল-সন্তোষে অমৃত। ২৮। সিন্ধিস্বশি।